ETV Bharat / bharat

Covid-19 ত আক্ৰান্ত গৃহমন্ত্ৰী অমিত শ্বাহ

Covid-19 ত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ দেওবাৰে পজিটিভ লাভৰ পাচতে চিকিৎসাধীন কৰা হয় শ্বাহক ৷

দেওবাৰে পজিটিভ ঘোষণা কৰা হয় শ্বাহক
Covid-19 ত আক্ৰান্ত গৃহমন্ত্ৰী অমিত শ্বাহ
author img

By

Published : Aug 2, 2020, 5:39 PM IST

নেশ্যনেল ডেস্ক, 2 আগষ্ট : Covid-19 ত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ দেওবাৰে পজিটিভ লাভৰ পাচতে চিকিৎসাধীন কৰা হয় শ্বাহক ৷

এই সম্পৰ্কত টুইটাৰৰ জৰিয়তে গৃহ মন্ত্ৰণালয়ে এক ঘোষণা কৰে যে, কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা দিয়াৰ পাচতে অমিত শ্বাসে স্ব-ইচ্ছাই পৰীক্ষণ চলাইছিল ৷ বৰ্তমান তেওঁৰ স্বাস্থ্য উন্নত আৰু চিকিৎসকৰ উপদেশত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি মন্ত্ৰণালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷

এই সম্পৰ্কত শ্বাহে কয়, "কৰ'ণাৰ প্ৰাৰম্ভিক লক্ষণসমূহ লাভ কৰা বাবে মই পৰীক্ষণ কৰালো আৰু ৰিপোৰ্ট পজিটিভ আহিল ৷ মোৰ স্বাস্থ্য ঠিকে আছে, কিন্তু চিকিৎসকৰ পৰামৰ্শত মোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ল ৷ মই অনুৰোধ জনাইছো যে, যোৱা কিছুদিনত মোৰ সংস্পৰ্শলৈ অহা সকলোৱে নিজকে আইশ্ব'লেছনত ৰখাৰ লগতে পৰীক্ষণ কৰে ৷"

লগতে পঢ়ক : ৰাজ্যপাল বনৱাৰীলাল পুৰুহিত চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.