ETV Bharat / bharat

মোডী মন্ত্ৰীসভাৰ দ্বিতীয় ক্ষমতাশালী নেতা অমিত শ্বাহ - মোডী

কেন্দ্ৰীয় কেবিনেটৰ আঠখনকৈ কমিটিত অমিত শ্বাহক সদস্যভুক্তিৰে ৰাজতন্ত্ৰৰ অন্যতম বাঘজৰী ৷

মোডী মন্ত্ৰীসভাৰ দ্বিতীয় ক্ষমতাশালী নেতা অমিত শ্বাহ
author img

By

Published : Jun 6, 2019, 3:02 PM IST

নিউজ ডেস্ক, 6 জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয়টো কাৰ্যকালত সৰ্বাধিক গুৰুত্ব লাভ কৰিছে অন্যতম সহযোগী তথা বিজেপি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা অমিত শ্বাহে ৷ নৰেন্দ্ৰ মোডীৰ কেবিনেটত সৰ্বাধিক গুৰুত্ব লাভ কৰা অমিত শ্বাহক লগত লৈ মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নীতি নিৰ্ধাৰকৰ অন্যতম গুৰু দায়িত্ব প্ৰদান কৰাটোৱে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷

কেন্দ্ৰীয় কেবিনেটৰ আটাইকেইখন কমিটিৰ অন্যতম সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে গৃহ মন্ত্ৰীৰ দায়িত্ব লাভ কৰা অমিত শ্বাহক ৷ উল্লেখ্য যে, বিগত কাৰ্যকালত কেন্দ্ৰীয় গৃহ বিভাগৰ দায়িত্ব বহন কৰা ৰাজনাথ সিঙক কেন্দ্ৰীয় কেবিনেটৰ কেৱল দুখন কমিটিতহে সদস্যভুক্ত কৰাৰ বিপৰীতে অমিত শ্বাহক কেবিনেটৰ সৰ্বমুঠ আঠখন কমিটিতেই অন্তৰ্ভুক্ত কৰি দ্বিতীয় ক্ষমতাশালী নেতা হিচাপে প্ৰকাৰান্তৰে অভিহিত কৰিলে মোডীয়ে ৷ বুধবাৰে সন্ধিয়া সদস্য তালিকা ঘোষণা কৰা হয় কেন্দ্ৰীয় কেবিনেট কমিটি সমূহৰ ৷

নিৰাপত্তা আৰু সুৰক্ষা বিষয়ক কমিটিত ৰাজনাথ সিঙক অন্তৰ্ভুক্ত কৰোৱাৰ বিপৰীতে বিদেশ মন্ত্ৰী এচ জয়শংকৰ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ,গৃহ মন্ত্ৰী অমিত শ্বাহ অন্তৰ্ভুক্ত হয় কেন্দ্ৰীয় কেবিনেটৰ বিভিন্ন কমিটিসমূহত ৷ কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে কেবিনেটৰ কোনো এখন কমিটিতেই অন্তৰ্ভুক্ত কৰা নহ'ল মোডী মন্ত্ৰীসভাৰ প্ৰায়েই চৰ্চিত ব্যক্তি স্মৃতি ইৰাণীক ৷

Intro:New Delhi: A development that shows a clear intention of Prime Minister's Narendra Modi's style of function in the second term, Home Minister Amit Shah has been included as a member in all eight cabinet committees that have been reconstituted late Wednesday evening.

Body:Number two in the Modi 2.0 government, Shah, is believed to have got a full freedom to work.

Prime Minister Narendra Modi and Home Minister Amit Shah are the only two members in the appointment committee of the cabinet.

Ironically, Defence Minister Rajnath Singh has got his name only in two committees that is cabinet committee on security and cabinet committee on economic affairs.

Considered as the most significant committee, name of Foreign Minister S Jayashankar, Finance Minister Nirmala Sitaraman, Home Minister Amit Shah and Prime Minister Narendra Modi have been included in the CCS.

There is no place of Union Minister Smriti Zubin Irani in any of the cabinet committee.

Conclusion:The eight committees which have been reconstituted include Appointment Committee of the Cabinet, Cabinet Committee on Accomodaton, Cabinet Committee on Economic Affairs, Cabinet Committee on Parliamentary Affairs, Cabinet Committee on Political Affairs, Cabinet Committee on Security, Cabinet Committee on Investment and Growth and Cabinet Committee on Emplyment and Skill Development.

end
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.