ETV Bharat / bharat

কোভিড-19ঃ মুখ্য সচিব,ৰাজ্যপাললৈ পত্ৰ কেন্দ্ৰীয় স্বাস্থ্য সচিব আৰু ICMRৰ মহানিৰ্দেশকৰ - প্ৰয়োগশালা

বিশ্ব তথা দেশত সন্ত্ৰাস সৃষ্টি কৰা কোভিড-19ক প্ৰতিৰোধৰ বাবে ICMRৰ দ্ধাৰা কোভিড-19ৰ ভয়াৱহতা প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে কিছু বিহিত ব্যৱস্থা ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুদন আৰু ICMRৰ মহানিৰ্দেশক ড0 বলৰাম ভাৰ্গৱৰ দ্ধাৰা কোভিড-19ৰ তথ্য সম্বন্ধে যৌথভাৱে লিখা এখন পত্ৰত প্ৰকাশিত হৈছে বহু তথ্য ৷

Allow all doctors to prescribe COVID tests, Centre to states; Individuals will need to fulfil ICMR criteria for testing
কোভিড-19 সন্দৰ্ভত পত্ৰ
author img

By

Published : Jul 2, 2020, 9:44 AM IST

Updated : Jul 2, 2020, 10:40 AM IST

নিউজ ডেস্ক,2 জুলাই: বিশ্ব তথা দেশত ক্ৰমশ বৃদ্ধি পাইছে কোভিড-19ৰ ভয়াৱহতা ৷কেন্দ্ৰ,ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলসমূহ এই মহামাৰীক ৰোধ কৰাৰ বাবে ICMRৰ দ্ধাৰা কোভিড-19ৰ ভয়াৱহতা প্ৰতিৰোধৰ বাবে এক ব্যৱস্থা হাতত লোৱা হৈছে ৷ কোভিড-19ৰ প্ৰয়োগশালাৰ সুবিধাসমূহ ব্যৱহাৰ কৰি কোনো ব্যক্তিৰ কোভিড-19 পৰীক্ষণ সম্পন্ন কৰাৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসাৰ লগত জড়িত সকলোকে অতি শীঘ্ৰে পৰীক্ষণ সম্পন্ন কৰাৰ অনুশীলন দিয়াৰ ব্যৱস্থা কৰা হ'ব৷ যাৰ দ্ধাৰা দেশত কোভিড-19ক প্ৰতিৰোধ কৰিব পৰা যাব বুলি এক আশংকা কৰা হৈছে৷

কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুদন আৰু ICMRৰ মহানিৰ্দেশক ড0 বলৰাম ভাৰ্গৱৰ দ্ধাৰা কোভিড-19ৰ তথ্য সম্বন্ধে যৌথভাৱে লিখা এখন পত্ৰত উল্লেখিত হৈথে কেতবোৰ সিদ্ধান্ত৷ পত্ৰখনত কোভিড-19ক ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে বহু বযৱস্থা৷ পত্ৰখনত উল্লেখিত অনুসৰি,কিছু ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলত কিছু বিশেষ ব্যক্তিগত চিকিৎসা কেন্দ্ৰৰ দ্ধাৰা কোভিড-19 ৰ পৰীক্ষণ চলি আছে৷ প্ৰতিজন ব্যক্তিৰ কোভিড-19 পৰীক্ষণৰ ক্ষেত্ৰত প্ৰয়োগশালাৰ ক্ষমতা,উপযোগিতা সফল কৰিবৰ বাবে বহু গুৰুত্ব প্ৰদান কৰা হৈছে ৷

অন্য এক খবৰৰ বাবে: কোভিড-19 : অসমৰ শেহতীয়া পৰিস্থিতি

পত্ৰৰ জৰিয়তে তেওঁলোকে কয় যে, কোভিড-19ৰ পৰীক্ষণসমূহত প্ৰয়োগশালাৰ সুবিধাসমূহ ব্যৱহাৰ কৰি নিশ্চিত ফলাফল লাভৰ বাবে সম্ভাব্য সকলো পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা কৰি থকা হৈছে৷ তেওঁলোকে উল্লেখ কৰা অনুসৰি, কিছু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কোভিড-19ৰ পৰীক্ষণৰ বাবে গ্ৰহণ কৰা হৈছে এক ব্যৱস্থা৷ কোভিড-19ৰ পৰীক্ষাৰ সম্পন্ন কৰাৰ সময়ত এজন ব্যক্তিক চৰকাৰী চিকিৎসকৰ তত্বাৱধানত ৰাখি চিকিৎসকগৰাকীৰ প্ৰেসক্ৰিপশন দিয়াৰ ব্যৱস্থা কৰা হ'ব৷ তাৰ পাছত প্ৰয়োগশালাৰ দ্ধাৰা উপযুক্ত সুবিধাসমূহ ব্যক্তিজনৰ বাবে গ্ৰহণ কৰা হ'ব৷

চৰকাৰী স্বাস্থ্যসেৱাসমূহত এই বাধ্যতামূলক প্ৰয়োজনীয় পৰীক্ষণসমূহ সম্পন্ন কৰাৰ বাবে সময় তথা কিছু বাধা আহিব পাৰে ৷ কিন্তু এইক্ষেত্ৰত সকলো পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰা হয় পত্ৰখনত৷

অন্য এক খবৰৰ বাবে: দেশৰ বিভিন্ন ৰাজ্যৰ COVID-19 ৰ শেহতীয়া তথ্য

পত্ৰখনত উল্লেখ কৰা অনুসৰি, ICMRৰ নিৰ্দেশক মানি পৰীক্ষাৰ মানদণ্ড পূৰণ কৰিবৰ বাবে কোনো ব্যক্তিৰ কোভিড-19 পৰীক্ষণৰ সময়ত ব্যক্তিগত চিকিৎসকৰ দ্ধাৰা লাভ কৰা প্ৰেসক্ৰিপশনৰ মতেই চৰকাৰী চিকিৎসকসকলে তাৎক্ষণিক ভাৱে আৰম্ভ কৰিব লাগিব পৰীক্ষণ প্ৰণালী৷ ICMRৰ নিৰ্দেশ অনুসৰি প্ৰয়োগশালাৰ দ্ধাৰা কোভিড-19ৰ পৰীক্ষণৰ সময়ত এজন ব্যক্তি শক্তিশালী হোৱা অতিকৈ প্ৰয়োজন৷ ৰাজ্যৰ অধিকাৰীসকলে যাতে কোনো ব্যক্তিৰ কোভিড-19 পৰীক্ষণৰ ক্ষেত্ৰত কোনো আপোচ নকৰে তাৰ বাবে লক্ষ্য ৰখা উচিত৷ কিয়নো প্ৰতিজন ব্যক্তিৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত সকলোৱে সহায়ৰ বাবে আগবাঢ়ি অহাৰ প্ৰয়োজন বৰ্তমান সময়ত৷

বিশ্বৰ আন দেশৰ তুলনাত ভাৰতৰ অধিকাংশ অঞ্চলত বৰ্তমান অসুস্থতা তথা মৃত্যু হাৰ তুলনামূলকভাৱে হ্ৰাস পাই আছে৷ কৰ'ণা ভাইৰাছ সন্দৰ্ভত সুদান আৰু ভাৰ্গৱে পত্ৰখনত উল্লেখ কৰে যে, দেশৰ বহু ৰাজ্যত নতুনকৈ কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে৷ এই সন্দৰ্ভত কঠোৰ দৃষ্টি ৰাখি কোভিড-19ৰ ভয়াৱহতা ৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত থকাৰ কথা উল্লেখ কৰে৷ কোভিড-19 সন্দৰ্ভত লিখা পত্ৰখন সচিব, ৰাজ্যপাল আৰু উপৰাজ্যলৈকে প্ৰেৰণ কৰা হৈছে৷

তেওঁলোকে উল্লেখ কৰা অনুসৰি, আনলক-2 আৰম্ভ হোৱাৰ লগে-লগে জীৱন ৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ লক্ষ্য ৰখা হ'ব৷ এই ক্ষেত্ৰত আৱশ্যকীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কৰি থকা হ'ব৷

কোভিড-19 পৰীক্ষণৰ সকলো প্ৰতিবন্ধকতা দূৰ কৰাৰ লক্ষ্য আগত ৰাখি সুদন আৰু ভাৰ্গৱে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পৰীক্ষা-নিৰীক্ষাৰ সুবিধাৰ্থে বহু পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰে৷ এই মহামাৰীবিধৰ সন্ত্ৰাস ৰোধ কৰাৰ বাবে যুদ্ধ আৰম্ভ হৈছে আৰু অতি শীঘ্ৰে সাফল্য লাভ কৰা হোৱাৰ কথাও পত্ৰখনত উল্লেখ কৰা হয়৷

অন্য এক খবৰৰ বাবে: দীৰ্ঘতম স্থলযাত্ৰা : লণ্ডনৰ পৰা কলকাতালৈ ‘এলবাৰ্ট’ৰ ভ্ৰমণ কাহিনী

আনহাতে, ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এই পৰীক্ষণৰ সুবিধাৰ বাবে গ্ৰহণ কৰা হৈছে আন এক ব্যৱস্থা৷ এই অঞ্চলসমূহত যদি কোনো ব্যক্তি আক্ৰান্ত হৈ আছে আন কোনো ৰোগত, তেন্তে তেওঁলোকৰ অতি শীঘ্ৰে নমুনা সংগ্ৰহ কৰা হ'ব ৷ ইয়াৰ পাছতেই তেওঁলোকৰ চিকিৎসাৰ বাবে অঞ্চলসমূহত কেম্প তথা ম'বাইল ভেনৰ ব্যৱস্থা কৰি 'প্ৰচাৰণা পদ্ধতিৰ'প্ৰচেষ্টা কৰা হ'ব৷ ইফালে নমুনা সংগ্ৰহ কৰাৰ পাছতেই তাৎক্ষণিক ভাৱে পৰীক্ষাসমূহ সম্পন্নৰ আদেশ দিয়া হৈছে বুলি পত্ৰত উল্লেখ কৰা হৈছে৷

কোভিড-19ত আক্ৰান্ত ৰোগীসকলৰ ক্ষেত্ৰত নিয়মানুৱলীৰ দ্ধাৰা সকলো চিকিৎসা কৰা উচিত৷ বেচৰকাৰী ল্যাব তথা প্ৰয়োগশালাৰ দ্ধাৰা এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহত ইয়াৰ বাবে উপযুক্ত ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰা হৈছে পত্ৰখনত৷ নগৰ কৰ্তৃপক্ষই অঞ্চলবোৰত নজৰদাৰি আৰু যোগাযোগৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰি কোভিড-19ৰ সমগ্ৰ তথ্য প্ৰয়োগশালা সমূহক জনাব লাগিব আৰু প্ৰয়োগশালাই ICMRক যোগান ধৰিব লাগিব৷

বৰ্তমান কোভিড-19ৰ মূল চাবি-কাঠি হৈছে যোগাযোগ৷ যাৰ বাবে যোগাযোগৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনোৱা হৈছে সকলোকে৷ লক্ষ্য কৰা হৈছে যে, বহুকেইখন ৰাজ্যৰ কন্টেইনমেন্ট জ'ন আৰু যোগাযোগৰ ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰা হোৱা নাই৷ যাৰ বাবে এই দিশটো পৰ্যালোচনা কৰা আৰু প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰা অতি আৱশ্যকীয় হৈ পৰিছে বুলি উল্লেখ কৰা হয় পত্ৰখনত৷

ইফালে, পৰীক্ষাসমূহ দ্ৰুত আৰু সফল কৰাৰ বাবে শীৰ্ষস্থানীয় স্বাস্থ্য গৱেষণা সংস্থাৰ কৰ্তৃত্বক দায়িত্ব অৰ্পণ কৰা হৈছে৷ কন্টেইনমেন্ট জ'ন এলেকাসমূহত চিকিৎসাৰ এটি কেন্দ্ৰ স্থাপন কৰা উচিত বুলি উল্লেখ কৰা হয়৷

ICMRৰ দ্ধাৰা এই পৰ্যন্ত কোভিড-19ৰ পৰীক্ষাৰ বাবে মুঠ 1,056টা প্ৰয়োগশালাক মজুৰি দিয়া হৈছে৷স্বাস্থ্য মন্ত্ৰণালয়ৰ এক তথ্য অনুসৰি 764টা সাৰ্বজনীন প্ৰয়োগশালা আৰু 292টা বেচৰকাৰী চিকিৎসা কেন্দ্ৰক পৰীক্ষাৰ বাবে অনুমোদন দিয়া হৈছে৷

ICMRৰ তথ্য অনুসৰি 30জুন পৰ্যন্ত সৰ্বমুঠ 88,26,585 নমুনা পৰীক্ষণ কৰা হৈছে৷ মঙলবাৰৰ দিনটোত 2,17,931 নমুনাৰ পৰীক্ষণ কৰা হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি, ভাৰতত 6,05,220জন আক্ৰান্ত হৈছে কোভিড-19ত৷ ইয়াৰ বিপৰীতে 17,844 জনৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে৷

Last Updated : Jul 2, 2020, 10:40 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.