ETV Bharat / bharat

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীৰ ঘোষণা, 2019 পৰা ইলেক্ট্ৰিকেল মাধ্যমত চলিব ৰে'ল

উৰাজাহাজৰ লেখিয়াকৈ যাত্ৰীয়ে পৰিষ্কাৰ পৰিৱেশত অহা যোৱা কৰিবলৈ পাব

author img

By

Published : Mar 8, 2019, 1:56 PM IST

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীৰ ঘোষণা সকলো ৰে'লেই হ'ব ইলেক্ট্ৰিকেল

নিউজ ডেস্ক,8মাৰ্চঃ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ুষ গোৱেলে সদৰি কৰে যে 2019 চনৰ পিছৰ পৰা সকলো ৰে'ল ইলেক্ট্ৰিকেল মাধ্যমত চলাচল কৰিব আৰু উন্নত প্ৰযুক্তিৰে পৰিষ্কাৰ পৰিৱেশত যাত্ৰী সকলে যাতায়াত কৰিব পাৰিব।

দেশৰ ৰাজধানী এক্সপ্ৰেছকে ধৰি সকলো মেইল এক্সপ্ৰেছত উৰাজাহাজৰ লেখিয়াকৈ যাত্ৰীয়ে পৰিষ্কাৰ পৰিৱেশত অহা যোৱা কৰিবলৈ পাব। কেন্দ্ৰীয় ৰে’ল বিভাগে জানিৱলৈ দিয়ে যে ইলেক্ট্ৰিক প্ৰযুক্তিয়ে যাত্ৰী সকলে কম সময়ৰ ভিতৰতে অহা যোৱা কৰিব পাৰিব আৰু কম খৰছ বহন কৰিব লগীয়া হ’ব ।

All Trains to Delhi to be electric traction from December

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীৰ ঘোষণা, 2019 চনৰ পিছৰ পৰা সকলো ৰে'ল ইলেক্ট্ৰিকেল মাধ্যমত চলিব

নিউজডেস্ক,8মাৰ্চঃ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পিযুষ গোৱেলে সদৰি কৰে যে 2019 চনৰ পিছৰ পৰা সকলো ৰে'ল ইলেক্ট্ৰিকেল মাধ্যমত চলাচল কৰিব আৰু উন্নত প্ৰযুক্তিৰে পৰিস্কাৰ পৰিবেশত যাত্ৰী সকলে  যাতায়াত কৰিব পাৰিব। 

দেশৰ ৰাজধানী এক্সপ্ৰেছকে ধৰি সকলো মেইল এক্সপ্ৰেছত উৰাজাহাজৰ লেখিয়াকৈ যাত্ৰীয়ে পৰিস্কাৰ  পৰিৱেশত অহা যোৱা কৰিবলৈ পাব। কেন্দ্ৰীয় ৰেল বিভাগে জানিৱলৈ দিয়ে যে ইলেক্ট্ৰিক প্ৰযুক্তিয়ে যাত্ৰী সকলক  কম সময়ৰ ভিতৰতে অহা যোৱা কৰিব পাৰিব আৰু কম খৰছ বহন কৰিব লগিয়া হব। 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.