ETV Bharat / bharat

অনুচ্ছেদ 370 বাতিলঃ সকলো ৰাজ্যৰে আৰক্ষী বিভাগক সক্ৰিয় হৈ থাকিবলৈ নিৰ্দেশনা

author img

By

Published : Aug 5, 2019, 7:11 PM IST

সোমবাৰে সদনত অনুচ্ছেদ 370ৰ বাতিলকৰণৰ প্ৰস্তাৱ উত্থাপন কৰাৰ পিচতেই দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ আৰক্ষী বিভাগক অধিক সক্ৰিয় হৈ থাকিবলৈ নিৰ্দেশনা দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ তেলেংগানা আৰক্ষী সঞ্চালকপ্ৰধান তথা জ্যেষ্ঠ আৰক্ষী বিষয়া মহেন্দৰ ৰেড্ডীয়ে প্ৰকাশ কৰিছে এই তথ্য ৷

সকলো ৰাজ্যৰে আৰক্ষী বিভাগক সক্ৰিয় হৈ থাকিবলৈ নিৰ্দেশনা

নিউজ ডেস্ক, 5 আগষ্টঃ অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱৰ পিচতেই দেশৰ সকলো ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বিভাগসমূহক অধিক সক্ৰিয় হৈ থাকিবলৈ নিৰ্দেশনা দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ প্ৰস্তাৱ সদনত উত্থাপন কৰাৰ পিচতেই এইদৰে নিৰ্দেশনা প্ৰদান কৰিছে মন্ত্ৰালয়ে ৷ এই কথা প্ৰকাশ কৰিছে তেলেংগানা আৰক্ষীৰ সঞ্চালকপ্ৰধান মহেন্দৰ ৰেড্ডীয়ে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পিচতেই ৰাজ্যখনৰ হায়দৰাবাদ আৰু চাইবাৰবাদ আৰক্ষী আয়োগৰ অধীনৰ বিভিন্ন স্থানত জাৰি কৰা হৈছে 144 ধাৰা ৷ ইয়াৰ লগতে ৰাজ্যখনত সকলো ধৰণৰ ৰেলী আৰু সমদল বাতিল কৰা হৈছে বুলিও প্ৰকাশ কৰে আৰক্ষী সঞ্চালকপ্ৰধান মহেন্দৰ ৰেড্ডীয়ে ৷

Intro:Body:

All states have been issued warnings from the Center following the announcement of the cancellation of Article 370 which gives special status to Jammu and Kashmir. The Central government has ordered the police and senior officials of Telangana to remain vigilant. DGP Mahender Reddy .. held a video conference with police commissioners and district SPs throughout the state. He said that Section 144 has been imposed on sensitive areas in Hyderabad and Cyberabad Commissionerate. Rallies and processions have been completely banned.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.