ETV Bharat / bharat

চি আৰ পি এফৰ ৰেইজিং ডে'ত ভাগ ল'ব অজিত ডোভালে

অনুষ্ঠানত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত বীৰ সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৷ শ্বহীদ জোৱনসকলক সন্মান জনাই অনুষ্ঠানটোত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

etv bharat
author img

By

Published : Mar 15, 2019, 6:39 AM IST

দিল্লী, 15 মাৰ্চ: চি আৰ পি এফৰ 80সংখ্যকৰেইজিং ডে'তমুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৷ 19 মাৰ্চত গুৰুগ্ৰামৰ সেনা কেন্দ্ৰত আয়োজনা কৰা হৈছেচি আৰ পি এফৰ এই অনুষ্ঠান৷ অনুষ্ঠানত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত বীৰ সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৷ বীৰ শ্বহীদ জোৱনসকলক সন্মান জনাই অনুষ্ঠানটোত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

উল্লেখ্য যে এটা অশোক চক্ৰ, এটা বীৰ চক্ৰ, পাঁচটা কীৰ্তি চক্ৰ আৰু 24টা শৌৰ্য্য চক্ৰৰ লগতে মুঠ এহেজাৰ আঠশ পঁচিশটা যুদ্ধ স্মাৰকেৰে সজোৱা হ'ব এইঅনুষ্ঠানটো ৷

Ajit Doval to be chief guest at 80th Raising Day of CRPF

19 মাৰ্চত অনুষ্ঠিত হ'ব  চি আৰ পি এফৰ 80th raising day

মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল

দিল্লী, 15 মাৰ্চ: চি আৰ পি এফৰ 80th raising day ত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৷ অহা 19 মাৰ্চত গুৰুগ্ৰামৰ সেনা কেন্দ্ৰত আয়োজিত হ'ব চি আৰ পি এফৰ এই অনুষ্ঠানটো ৷ উক্ত অনুষ্ঠানত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত বীৰ সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৷ লগতে বীৰ শ্বহীদ জোৱনসকলক সন্মান জনাই অনুষ্ঠানটোত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

উল্লেখ্য যে, এটা অশোক চক্ৰ, এটা বীৰ চক্ৰ, পাঁচটা কীৰ্তি চক্ৰ আৰু 24টা শৌৰ্য্য চক্ৰৰ লগতে মুঠ এহেজাৰ আঠশ পঁচিশটা যুদ্ধ স্মাৰকেৰে সজোৱা হ'ব উক্ত অনুষ্ঠানটো ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.