ETV Bharat / bharat

কৰ'ণা আতংকঃ পিছুৱালে বায়ু সেনাৰ এয়াৰমেন পদৰ পৰীক্ষা

author img

By

Published : Mar 18, 2020, 10:19 AM IST

কৰ'ণা ভাইৰাছৰ আতংক ৷ দেশৰ বিভিন্ন চহৰত চি আৰ পিচি চেকশ্যন 144 ধাৰা জাৰি কৰা হৈছে ৷

কৰ'ণা আতংকঃ পিছুৱালে বায়ু সেনাৰ এয়াৰমেন পদৰ পৰীক্ষা
কৰ'ণা আতংকঃ পিছুৱালে বায়ু সেনাৰ এয়াৰমেন পদৰ পৰীক্ষা

নিউজ ডেস্ক, 18 মাৰ্চঃ দেশৰ সৰ্বত্ৰতে কৰ'ণা ভাইৰাছৰ আতংক ৷ ভাৰতীয় বায়ুসেনা বাহিনীত খালী হোৱা এয়াৰমেন পদৰ বাবে হ'বলগীয়া পৰীক্ষা সমূহ সাময়িকভাৱে পিছুওৱা হৈছে ৷ অহা এপ্ৰিল মাহৰ শেষ সপ্তাহলৈকে পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে বায়ু সেনা বাহিনীৰ কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, সমগ্ৰ ভাৰতৰ 86 খন চহৰত অহা 19 মাৰ্চৰ পৰা 23 মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা সমূহ কৰ'ণা ভাইৰাছৰ বাবে সাময়িকভাৱে বাতিল কৰিছে ৷ পৰীক্ষা স্থগিত কৰাৰ সন্দৰ্ভত যিকোনো তথ্যৰ বাবে বায়ু সেনাবাহিনীৰ নিৰ্ধাৰিত www.airmenselection.cdac.in canত চাব পাৰিব সবিশেষ ৷

আনহাতে ক্ৰমাৎ ভয়াৱহ ৰূপ লোৱা কৰ'ণা ভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন চহৰত চি আৰ পিচি চেকশ্যন 144 ধাৰা জাৰি কৰা হৈছে ৷

লগতে চাওকঃকৰ'ণাভাইৰাছ আতংক : অহা গ্ৰীষ্ম পৰ্যন্ত স্থগিত ইউৰোছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.