নিউজ ডেস্ক, 14 আগষ্টঃ মঙলবাৰে এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা গোৱা অভিমুখে গৈ থকা বিমানখনৰ শেষ মুহুৰ্তত বাতিল কৰা হয় অৱতৰণ ৷ ৰানৱেত কুকুৰ থকাৰ বাবেই এই অৱতৰণ বাতিল কৰিব লগা হয় ৷ এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা গোৱা অভিমুখে গৈ থকা AI033 বিমানখনে 14 আগষ্টৰ পুৱতি নিশা প্ৰায় তিনি বজাত ৰানৱেত কুকুৰ থকাৰ কথা জনাই ATC(Air Traffic Control)ক ৷ আন্ধাৰ হোৱাৰ বাবেই ATCয়ে দেখা নাছিল কুকুৰ কেইটাক ৷ অবশ্যে দ্বিতীয় বাৰত সফলতাৰে অৱতৰণ কৰে বিমানখন ৷
ভাৰতীয় নৌ সেনায়ে জানিবলৈ দিয়ে যে INS Hansaয়ে ৰানৱেৰ পৰা দিনৰ ভাগতে কুকুৰ আৰু চৰাই আতৰাবলৈ মানুহ নিয়োগ কৰিছে ৷ ইয়াৰ ওপৰিও এখন MoU ৰাজ্য চৰকাৰৰ লগত স্বাক্ষৰ কৰা হৈছে যাৰ দ্বাৰা চৰকাৰে কুকুৰ বন্ধ্যাকৰণ কৰাই ৰানৱেৰ পৰা দূৰত নতুন স্থানলৈ স্থানান্তৰ কৰা হ'ব ৷
ডাবলিম এয়াৰপৰ্টত এয়াৰ ইণ্ডিয়াৰ বিমান অবতৰণ বাতিল - এয়াৰ ইণ্ডিয়া
এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা গোৱা অভিমুখে গৈ থকা AI033 বিমানখনে 14 আগষ্টৰ পুৱতি নিশা প্ৰায় তিনি বজাত ৰানৱেত কুকুৰ থকাৰ বাবেই বিমান অৱতৰণ বাতিলৰ কথা জনায় ৷ নিশা হোৱাৰ বাবে ATC য়ে দেখা নাছিল কুকুৰ কেইটাক ৷ অবশ্যে দ্বিতীয় বাৰত সফলতাৰে অৱতৰণ কৰে বিমানখনে ৷
নিউজ ডেস্ক, 14 আগষ্টঃ মঙলবাৰে এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা গোৱা অভিমুখে গৈ থকা বিমানখনৰ শেষ মুহুৰ্তত বাতিল কৰা হয় অৱতৰণ ৷ ৰানৱেত কুকুৰ থকাৰ বাবেই এই অৱতৰণ বাতিল কৰিব লগা হয় ৷ এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা গোৱা অভিমুখে গৈ থকা AI033 বিমানখনে 14 আগষ্টৰ পুৱতি নিশা প্ৰায় তিনি বজাত ৰানৱেত কুকুৰ থকাৰ কথা জনাই ATC(Air Traffic Control)ক ৷ আন্ধাৰ হোৱাৰ বাবেই ATCয়ে দেখা নাছিল কুকুৰ কেইটাক ৷ অবশ্যে দ্বিতীয় বাৰত সফলতাৰে অৱতৰণ কৰে বিমানখন ৷
ভাৰতীয় নৌ সেনায়ে জানিবলৈ দিয়ে যে INS Hansaয়ে ৰানৱেৰ পৰা দিনৰ ভাগতে কুকুৰ আৰু চৰাই আতৰাবলৈ মানুহ নিয়োগ কৰিছে ৷ ইয়াৰ ওপৰিও এখন MoU ৰাজ্য চৰকাৰৰ লগত স্বাক্ষৰ কৰা হৈছে যাৰ দ্বাৰা চৰকাৰে কুকুৰ বন্ধ্যাকৰণ কৰাই ৰানৱেৰ পৰা দূৰত নতুন স্থানলৈ স্থানান্তৰ কৰা হ'ব ৷
ডাম্বলিম এয়াৰপৰ্টত এয়াৰ ইণ্ডিয়াৰ বিমান অবতৰণ বাতিল
নিউজ ডেস্ক, 14 আগষ্টঃ মঙলবাৰে এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা গোৱা অভিমুখে গৈ থকা বিমানখনৰ শেষ মুহুৰ্তত অৱতৰণ বাটিল কৰা হয় ৷ ৰানৱেত কুকুৰ থকা বাবে এই অৱতৰণ বাতিল কৰিব লগা হয় ৷ এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা গোৱা অভিমুখে গৈ থকা AI033 বিমানখনে 13 আগষ্টৰ নিশা প্ৰায় প্ৰায় 3 বজাত ATC(Air Traffic Control)ক জনাই যে ৰানৱেত কুকুৰ আছিলে ৷ নিশা হোৱা বাবে ATCয়ে দেখা নাছিল কুকুৰ কেইটাক ৷ অবশ্যে দ্বিতীয় বাৰত সফলতাৰে অৱতৰণ কৰে বিমানখনে ৷
ভাৰতীয় নৌ সেনায়ে জানিবলৈ দিয়ে যে INS Hansaয়ে ৰানৱেৰ পৰা কুকুৰ আৰু চৰাই অতৰাবলৈ দিনৰ সময়ত মানুহ নিয়োগ কৰাছে ৷ ইয়াৰ ওপৰিও এখন MoU এখন ৰাজ্য চৰকাৰৰ লগত স্বাক্ষৰ কৰা হৈছে যিখনৰ অনুসৰি চৰকাৰে কুকুৰ সমূহ sterilize কৰাই ৰানৱেৰ পৰা আতৰত নতুন স্থানলৈ স্থানান্তৰ কৰা হব ৷