ETV Bharat / bharat

বিতৰ্কিত সীমা বিবাদক কেন্দ্ৰ কৰি ৰঙা চীনৰ সৈতে ভাৰতৰ সংঘৰ্ষ অব্যাহত

কেইবা দশক ধৰি চীন আৰু ভাৰতৰ মাজত চলি থকা সীমা বিবাদৰ বাবে শেহতীয়াকৈ সৃষ্টি হোৱা সংঘৰ্ষত বুধবাৰে সদৰি কৰা তথ্য অনুসৰি,উক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ ২০ জন জোৱান শ্বহীদ হৈছে । ১৯৭৫ চনৰ পৰাই দুয়োখন দেশৰ মাজত চলি থকা বিতৰ্কিত সীমা বিবাদৰ এইটো প্ৰথম সংঘৰ্ষ । আনকি বিশেষজ্ঞৰ ফালৰ পৰা জনোৱা অনুসৰি,এই সংঘৰ্ষ অধিক ভয়ানক হ'ব ।

author img

By

Published : Jun 17, 2020, 4:08 PM IST

aftermath-of-india-china-deadly-border-clashes-uncertain

নিউজ ডেস্ক, ১৭ জুন : বিগত কেইবা দশক ধৰি চীন আৰু ভাৰতৰ মাজত চলি থকা সীমা বিবাদৰ বাবে শেহতীয়াকৈ সৃষ্টি হোৱা সংঘৰ্ষত বুধবাৰে সদৰি কৰা তথ্য অনুসৰি, উক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ ২০ জন জোৱান শ্বহীদ হৈছে ।

aftermath-of-india-china-deadly-border-clashes-uncertain
বিতৰ্কিত সীমা বিবাদক কেন্দ্ৰ কৰি ৰঙা চীনৰ সৈতে ভাৰতৰ সংঘৰ্ষ অব্যাহত

ভাৰতীয় সীমা সুৰক্ষা বাহিনীয়ে জনোৱা অনুসৰি,সোমবাৰে মাজ নিশা লাডাখ ভূমিত কোনো ধৰণৰ বোমা-বাৰুদৰ শব্দ শুনিবলৈ পোৱা নাছিলো । তেওঁলোক আকৌ জনাই যে, চীন চৰকাৰে ভাৰতীয় সেনাৰ ওপৰত অভিযোগ উখাপন কৰিছে যে,ভাৰতীয় সৈনিকক চৰকাৰে সংঘৰ্ষৰ বাবে উচতনি দিছে । লগতে উক্ত সংঘৰ্ষত চীনৰ এজনো সেনা নিহত হোৱা নাই বুলি চীনৰ ফালৰ পৰা সদৰি কৰিছে ।

উল্লেখযোগ্য যে, ১৯৭৫ চনৰ পৰাই দুয়োখন দেশৰ মাজত চলি থকা বিতৰ্কিত সীমা বিবাদৰ এইটো প্ৰথম সংঘৰ্ষ । আনকি বিশেষজ্ঞৰ ফালৰ পৰা জনোৱা অনুসৰি, এই সংঘৰ্ষ অধিক ভয়ানক হ'ব । এই সংঘৰ্ষক শান্ত কৰিবলৈ কঠিন হ'ব বুলি বিশেষজ্ঞৰ ফালৰ পৰা জনোৱা হয় ।

ভাৰতীয় ৰক্ষা মন্ত্ৰালয়ৰ প্ৰবক্তা কৰ্নেল অমন আনন্দই বুধবাৰে এই পৰিস্থিতি শান্ত কৰাৰ বাবে এক আলোচনাত মিলিত হৈছে । তেখেতৰ ফালৰ পৰা বৰ্তমানলৈ কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই যদিও এই ক্ষেত্ৰত চেষ্টা অব্যাহত থকা বুলি জানিবলৈ দিয়ে ।

উইলচন চেন্টাৰৰ এছিয়া পোগ্ৰামৰ পৰিচালক আব্ৰাহাম ডেনমাৰ্কে জনাই যে, ৫০ বছৰৰ অন্তত চীন আৰু ভাৰতৰ মাজত সীমান্ত অঞ্চলত ভয়ানক সংঘৰ্ষৰ সৃষ্টি হৈছে ।

তথ্য অনুসৰি, চীনে ভাৰতৰ ৯০০০০ হাজাৰ বৰ্গ কিলোমিটাৰ ভূমিৰ দাবী জনাইছে কিন্তু ভাৰত চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি, চীনে লাডাখৰ এক বিপৰীত ভূমিৰ ৩৮০০০০ হাজাৰ বৰ্গ কিলোমিটাৰ ভূমিত দখল কৰিছে ।

সীমা বিবাদক কেন্দ্ৰ কৰি ১৯৬২ চনত চীন আৰু ভাৰতৰ মাজত সংঘটিত হোৱা যুদ্ধৰ পিছত সীমা স্থাপন কৰা হৈছিল । তাৰ পিছত এয়া দ্ধিতীয়টো ঘটনা সংঘটিত হৈছে ।

চীনৰ বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি, বৰ্তমানলৈ চীনৰ সৈনিক উক্ত সংঘৰ্ষত নিহত হোৱাৰ তথ্য নাই । কিন্তু চীনে বিতৰ্কিত সীমা বিবাদ সমস্যাৰ বিৰোধ প্ৰদৰ্শন কৰিছে আৰু সীমান্ত অঞ্চলত শান্তি ও প্ৰগতি বিচাৰিছে ।

লগতে পঢ়ক : চিয়াঙৰ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে জোনাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.