ETV Bharat / bharat

ঝাৰখণ্ডৰ নিৰ্বাচন আমাৰ বিশেষ জয়ঃ ছোনিয়া গান্ধী

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঝাৰখণ্ডবাসীক ধন্যবাদ জ্ঞাপন কৰে কংগ্ৰেছৰ অন্তৱৰ্তী সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷ সদ্যসমাপ্ত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চা, ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে 71খন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷

author img

By

Published : Dec 24, 2019, 12:50 PM IST

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন, কংগ্ৰেছৰ অন্তৱৰ্তী সভানেত্ৰী ছোনিয়া গান্ধীৰ প্ৰতিক্ৰিয়া, Jharkhand Assembly elections, Sonia says 'victory is special'
ঝাৰখণ্ড নিৰ্বাচনক লৈ ছোনিয়া গান্ধীৰ প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰঃ সদ্যসমাপ্ত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনক লৈ এয়া অত্যাধিক সমকালীন মহত্বপূৰ্ণ বুলি উল্লেখ কৰে কংগ্ৰেছৰ অন্তৱৰ্তী সভানেত্ৰী ছোনীয়া গান্ধীয়ে ৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বেয়াকৈ মুখথেকেচা খোৱাৰ পিচতে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ ঝাৰখণ্ডত জেএমএম মিত্ৰজোঁটৰ চৰকাৰ

ঝাৰখণ্ড নিৰ্বাচনত কংগ্ৰেছ,ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰজোঁটে সৰ্বমুঠ 71খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷ ঝাৰখণ্ড মুক্তি মৰ্চাই 30খন,কংগ্ৰেছে 16খন আৰু ৰাষ্ট্ৰীয় জনতা দলে এখন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে 25খন আসন লাভ কৰে ৷ নিৰ্বাচনত জয়লাভৰ পিচতেই এই জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ অন্তৱৰ্তী সভানেত্ৰী ছোনিয়া গান্ধীয়ে কয়, "এই জয় বিশেষ আৰু ইয়াৰ অত্যাধিক সমকালীন মহত্ব আছে ৷ বিজেপিৰ বিভাজনকামী নীতিক প্ৰতিহত কৰাৰ বাবে ঝাৰখণ্ডবাসীক মই ধন্য়বাদ জ্ঞাপন কৰিছো ৷ এই মতদানৰ দ্বাৰাই ৰাইজে জাতি আৰু ধৰ্মৰ ভিত্তিত বিজেপিয়ে সৃষ্টি কৰা বিভাজনৰ নীতিক ওফৰাই দিয়াৰ বাবে আপোনালোক ধন্যবাদৰ পাত্ৰ ৷"

লগতে পঢ়কঃ CAAৰ বিৰুদ্ধে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ অভিনৱ প্ৰতিবাদ

উল্লেখ্য যে,ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰজোঁটে ঝাৰখণ্ডত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা 47 খন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷

Intro:Body:

ZCZC

ANI (National/Politics)

sonia-gandhi-congress-jharkhand

After JMM-Cong-RJD alliance wins Jharkhand polls, Sonia says 'victory is special'

New Delhi [India], Dec 24 (ANI): Congratulating alliance partners Jharkhand Mukti Morcha (JMM) and Rashtriya Janata Dal (RJD), Congress interim president Sonia Gandhi on Monday said their victory in Jharkhand Assembly elections was of "extreme contemporary importance". 

She thanked the people of Jharkhand for expressing their substantive faith in the people-centric Congress-JMM-RJD alliance while rejecting the divisive agenda of BJP.

"The victory is special and of extreme contemporary importance, and the people of Jharkhand deserve special gratitude and congratulations for summarily defeating the BJP and its divisive agenda," Gandhi said in a statement.

"With this mandate, the people have defeated BJP's attempts to divide the society on caste and religious lines," she said.

JMM-led alliance, which includes Congress and RJD, won an absolute majority by winning 47 seats following the counting of votes today.

JMM won 30 seats, Congress 16, RJD one, BJP 25, Jharkhand Vikas Morcha (Prajatantrik) three, AJSU two, Communist Party of India (Marxist-Leninist) (Liberation) one, NCP one and independents two. (ANI)

Ends SAURABH/SOUMYA/

NNNN

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.