ETV Bharat / bharat

7 বছৰৰ অন্তত মোৰ জীয়ৰীৰ আত্মাই শান্তি লাভ কৰিবঃনিৰ্ভয়াৰ মাতৃ

বৃহস্পতিবাৰে দিল্লীৰ পাটিয়ালা হাউচ আদালতে নিৰ্ভয়া কাণ্ডৰ চাৰিজন অভিযুক্তৰ ভিতৰত তিনিজনে ফাঁচি স্থগিত ৰখাৰ বাবে কৰা আবেদন খাৰিজ কৰে ৷ উল্লেখ্য যে, শুকুৰবাৰে 5.30 বজাত ফাঁচি দিয়া হ’ব নিৰ্ভয়া কাণ্ডৰ আটাইকেইজন অভিযুক্তক ৷

After 7 years, my daughter's soul will rest in peace: Nirbhaya's mother
7 বছৰৰ অন্তত মোৰ জীয়ৰীৰ আত্মাই শান্তি লাভ কৰিবঃনিৰ্ভয়াৰ মাতৃ
author img

By

Published : Mar 19, 2020, 8:38 PM IST

নেশ্বনেল ডেক্স,19 মাৰ্চঃ দিল্লীৰ পাটিয়ালা হাউচ আদালতে বৃহস্পতিবাৰে নিৰ্ভয়া কাণ্ডৰ তিনি দোষীয়ে ফাঁচি স্থগিত ৰখাৰ বাবে কৰা আবেদন খাৰিজ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নিৰ্ভয়াৰ মাতৃয়ে ৷ তেখেতে কয় যে, অবশেষত সাত বছৰৰ অন্তত তেখেতৰ জীয়ৰীৰ আত্মাই শান্তি লাভ কৰিব ৷ "অবশেষত দোষীয়ে উচিত শাস্তি লাভ কৰিব ৷ এতিয়াহে মই শান্তি লাভ কৰিম" নিৰ্ভয়াৰ মাতৃয়ে কয় ৷

বৃহস্পতিবাৰে দিল্লীৰ পাটিয়ালা হাউচ আদালতে নিৰ্ভয়া কাণ্ডৰ চাৰিজন অভিযুক্তৰ ভিতৰত তিনিজনে ফাঁচি স্থগিত ৰখাৰ বাবে কৰা আবেদন খাৰিজ কৰে ৷ উল্লেখ্য যে, শুকুৰবাৰে 5.30 বজাত ফাঁচি দিয়া হ’ব নিৰ্ভয়া কাণ্ডৰ আটাইকেইজন অভিযুক্তক ৷

নেশ্বনেল ডেক্স,19 মাৰ্চঃ দিল্লীৰ পাটিয়ালা হাউচ আদালতে বৃহস্পতিবাৰে নিৰ্ভয়া কাণ্ডৰ তিনি দোষীয়ে ফাঁচি স্থগিত ৰখাৰ বাবে কৰা আবেদন খাৰিজ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নিৰ্ভয়াৰ মাতৃয়ে ৷ তেখেতে কয় যে, অবশেষত সাত বছৰৰ অন্তত তেখেতৰ জীয়ৰীৰ আত্মাই শান্তি লাভ কৰিব ৷ "অবশেষত দোষীয়ে উচিত শাস্তি লাভ কৰিব ৷ এতিয়াহে মই শান্তি লাভ কৰিম" নিৰ্ভয়াৰ মাতৃয়ে কয় ৷

বৃহস্পতিবাৰে দিল্লীৰ পাটিয়ালা হাউচ আদালতে নিৰ্ভয়া কাণ্ডৰ চাৰিজন অভিযুক্তৰ ভিতৰত তিনিজনে ফাঁচি স্থগিত ৰখাৰ বাবে কৰা আবেদন খাৰিজ কৰে ৷ উল্লেখ্য যে, শুকুৰবাৰে 5.30 বজাত ফাঁচি দিয়া হ’ব নিৰ্ভয়া কাণ্ডৰ আটাইকেইজন অভিযুক্তক ৷

লগতে পঢ়ক-নিৰ্ভয়া ৰায়ৰ চাৰি অভিযুক্তলৈ ব্লেক ওৱাৰেণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.