ETV Bharat / bharat

বাল্মীকি সম্প্ৰদায়ৰ 236 গৰাকী সদস্যৰ ওপৰত আৰক্ষীৰ গোচৰ ৰুজু

author img

By

Published : Oct 23, 2020, 10:04 AM IST

ধৰ্মীয় ৰূপান্তৰ কৰি বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগত গাজিয়াবাদৰ বাল্মীকি সম্প্ৰদায়ৰ 236 গৰাকী সদস্যৰ ওপৰত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে,বাবা চাহেব আবেদকাৰৰ নাতি ৰাজৰতন অশোক ৰাও আবেদকাৰৰ উপস্থিতিত 14 অক্টোবৰত ধৰ্ম ৰূপান্তৰ কৰা হৈছিল । পৰৱৰ্তী সময়ত বৌদ্ধ ছ'চাইটি অফ ইণ্ডিয়াই ৰূপান্তৰিত সদস্য সকলক প্ৰমাণপত্ৰ বিতৰণ কৰিছিল ৷

After 236 embrace Buddhism, police lodges FIR for promoting enmity
বাল্মীকি সম্প্ৰদায়ৰ 236 গৰাকী সদস্যৰ ওপৰত আৰক্ষীৰ গোচৰ ৰুজু

নিউজ ডেস্ক, 23 অক্টোবৰ : ধৰ্মীয় ৰূপান্তৰ কৰি বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগত গাজিয়াবাদৰ বাল্মীকি সম্প্ৰদায়ৰ 236 গৰাকী সদস্যৰ ওপৰত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ৷

অভিযোগ অনুসৰি,মন্টু চাণ্ডেল নামৰ লোকজনে বাল্মীকি জাতি ভিত্তিক হিংসা কঢ়িওৱা আৰু বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷

আৰক্ষীয়ে ধাৰা 153-A (ধৰ্ম,জাতি,জন্মস্থান,বাসস্থান,ভাষা আদিৰ বাবে বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা আৰু সমন্বয় ৰক্ষণাবেক্ষণৰ বাবে অপৰাধ কৰা কাম) আৰু 505 (যিকোনো শ্ৰেণী বা ব্যক্তি বা সমাজৰ বিৰুদ্ধে কোনো অপৰাধ কৰাৰ উদ্দেশ্যৰে প্ৰকাশ বা প্ৰচাৰ কৰা) অধীনত গোচৰ ৰুজু কৰিছে ৷

ঘটনা সন্দৰ্ভত গাজিয়াবাদ আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা অনুসৰি,অভিযোগকাৰীয়ে কৰা অভিযোগৰ সত্য নিৰূপন কৰিবলৈ আমি তদন্ত আৰম্ভ কৰিছো ৷

উল্লেখ্য যে,বাবা চাহেব আবেদকাৰৰ নাতি ৰাজৰতন অশোক ৰাও আবেদকাৰৰ উপস্থিতিত 14 অক্টোবৰত ধৰ্ম ৰূপান্তৰ কৰা হৈছিল । পৰৱৰ্তী সময়ত বৌদ্ধ ছ'চাইটি অফ ইণ্ডিয়াই ৰূপান্তৰিত সদস্য সকলক প্ৰমাণপত্ৰ বিতৰণ কৰিছিল ৷

লগতে পঢ়ক : চেন্নাইত শুল্ক বিভাগৰ দ্বাৰা 6 লাখ টকা মূল্যৰ সোণ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.