ETV Bharat / bharat

অৰুণাচল প্ৰদেশৰ 3 খন জিলাত আফচপা বলবৎ

author img

By

Published : Oct 3, 2020, 9:24 PM IST

Updated : Oct 4, 2020, 9:41 AM IST

উত্তৰ-পূৰ্বাঞ্চলৰ অতি স্পৰ্শকাতৰ জিলা সমূহৰ তালিকাৰ ভিতৰত অৰুণাচল প্ৰদেশৰ 3 খন জিলাত ‌'আৰ্মড ফৰ্চেচ স্পেচিয়েল পাৱাৰ এক্ট' পুনৰ 6 মাহৰ বাবে বৃদ্ধি কৰিছে । 1 অক্টোবৰৰ পৰা গৃহীত হোৱা এই জিলা কেইখনৰ অধীনত 4 খন আৰক্ষী থানা সামৰি লোৱা হৈছে আৰু ই অসমৰ সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত হৈছে ।

AFSPA Act Implement in Arunachal Pradesh Three District
অৰুণাচল প্ৰদেশৰ 3 খন জিলাত আফচপা আইন বলবৎ

তেজপুৰ, 3 অক্টোবৰ : কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শেহতীয়াভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ অতি স্পৰ্শকাতৰ জিলা সমূহৰ তালিকাৰ ভিতৰত অৰুণাচল প্ৰদেশৰ 3 খন জিলাত ‌'আৰ্মড ফৰ্চেচ স্পেচিয়েল পাৱাৰ এক্ট' পুনৰ 6 মাহৰ বাবে বৃদ্ধি কৰিছে । অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ পি উপাধ্যায়য়ে ইটিভি ভাৰতক ফোন যোগে জনায় যে, অৰুণাচল প্ৰদেশৰ তিনিখন জিলা টিৰাপ ,চাংলাং আৰু লংডিং এলেকাত কেন্দ্ৰীয় চৰকাৰে অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰি 'আফচপা আইন' পুনৰ বলবৎ কৰিলে 2021 চনৰ 31 মাৰ্চলৈ ।

লগতে পঢ়ক : মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ

1 অক্টোবৰৰ পৰা গৃহীত হোৱা এই জিলা কেইখনৰ অধীনত 4 খন আৰক্ষী থানা সামৰি লোৱা হৈছে আৰু ই অসমৰ সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত হৈছে । আৰ্মড ফৰ্চেচ(স্পেচিয়েল পাৱাৰ এক্ট) 1958 চনৰ ধাৰা 3 ৰ অধীনত সামৰি লোৱা হৈছে ৷

উল্লেখযোগ্য যে, সামৰি লোৱা আৰক্ষী থানা কেইখন হৈছে নামচাই, মহাদেৱপুৰ নামচাই জিলা, ৰৈইং নামনি ডিবাং ভেলী আৰু চোনপৰা লোহিত জিলাৰ অন্তৰ্গত

আনহাতে, অৰুণাচল প্ৰদেশৰ 3 খন প্ৰধান জিলাৰ অন্তৰ্গত এন এছ চি এন (কে), এন এছ চি এন আই এম ৰ তৎপৰতাত দুমাহ পূৰ্বে লংডিং অঞ্চলত উগ্ৰপন্থীৰ লগত সেনাবাহিনীৰ গুলী চালনা সংঘটিত হৈছিল ৷ যাৰফলত অৰুণাচল প্ৰদেশৰ কেইবাজনো লোক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল ।

লগতে পঢ়ক : 2021ত মুক্তি পাব ডেনিয়েল ক্ৰেগৰ ‘No Time to Die’ ছবিখন

Last Updated : Oct 4, 2020, 9:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.