ETV Bharat / bharat

'EXIT POLL' তকৈ অধিক আসনত জয়ী হ'ব বিজেপিয়ে : নৰসিমহা ৰাও - নৰসিমহা ৰাও

বিভিন্ন সংবাদ মাধ্যমৰ 'EXIT POLL' সন্দৰ্ভত বিজেপি-এনডিএ মুখুপাত্ৰ জি ভি এল নৰসিমহা ৰাওৱে মন্তব্য কৰিছে

নৰসিমহা ৰাও
author img

By

Published : May 20, 2019, 9:54 AM IST

নিউজ ডেস্ক , 20 মে': ভোট গণনালৈ মাজত মাথো দুদিন থকা সময়তে বিভিন্ন সংবাদ মাধ্যমৰ 'EXIT POLL' সন্দৰ্ভত বিজেপি-এনডিএ মহাগঠবন্ধনৰ মুখুপাত্ৰ জিভিএল নৰসিমহা ৰাওৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ 'EXIT POLL'ত প্ৰকাশিত সমীক্ষা অনুসৰি বিজেপি-এনডিএ গঠবন্ধনে একক সংখ্যা গৰিষ্ঠতাত জয়ী হ'ব ৷

'EXIT POLL' এ সমীক্ষা কৰা আসনত কৈ বিজেপিয়ে অধিক আসনত জয়ী হ'ব : নৰসিমহা ৰাও

মুখপাত্ৰ ৰাওৱে কয় যে প্ৰাক নিৰ্বাচনী সমীক্ষাত বিজেপি জয়ী হ'ব বুলি প্ৰকাশিত হোৱা তথ্যটো কোনো আচৰিত কথা নহয় ৷ লগতে তেওঁ দাবী কৰে যে 'EXIT POLL' এ সমীক্ষা কৰা আসনত কৈ বিজেপিয়ে অধিক আসনত জয়ী হ'ব ৷ উল্লেখ্য যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত প্ৰাক নিৰ্বাচনী সমীক্ষা অনুসৰি বিজেপি এইবাৰো চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব ৷

New Delhi, May 20 (ANI): Reacting to predictions made by various exit polls which indicated a clear majority for the BJP-led NDA alliance in Lok Sabha elections, BJP national spokesperson GVL Narasimha Rao said there was nothing surprising about the predictions made by exit polls and claimed that the actual results on May 23 will even surpass the estimations made by pollsters. In various exit polls broadcasted by TV news channels, NDA is looking to secure a comfortable majority for a second straight term for BJP-led government at the centre.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.