ETV Bharat / bharat

বিগ বি অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চন কোভিড-19ত আক্ৰান্ত

author img

By

Published : Jul 12, 2020, 12:43 AM IST

বচ্চন পৰিয়ালত কোভিড-19 ৷ অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চনক হাস্পতালত ভৰ্তি ৷

actor amitabh bachchan tested corona positive

নিউজ ডেস্ক,11 জুলাই : কোভিড-19 ত আক্ৰান্ত বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ তথা অভিনেতা অভিষেক বচ্চন ৷ স্বাৱ পৰীক্ষাৰ পাচতেই দুয়োৰে দেহত ধৰা পৰে কোভিড-19ৰ অৱস্থিতি ৷ ইতিমধ্যে বচ্চন পৰিয়ালৰ লগতে তেওঁলোকৰ সমূহ কৰ্মচাৰীৰে স্বাৱ পৰীক্ষা কৰোৱা হৈছে ৷

  • T 3590 -I have tested CoviD positive .. shifted to Hospital .. hospital informing authorities .. family and staff undergone tests , results awaited ..
    All that have been in close proximity to me in the last 10 days are requested to please get themselves tested !

    — Amitabh Bachchan (@SrBachchan) July 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এটা টুইটযোগে অমিতাভ বচ্চনে যোৱা দহদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে যাৱতীয় সজাগতা লোৱাৰ লগতে স্বাৱ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে ৷ দুয়ো পিতা-পুত্ৰ বৰ্তমান নানাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

  • Earlier today both my father and I tested positive for COVID 19. Both of us having mild symptoms have been admitted to hospital. We have informed all the required authorities and our family and staff are all being tested. I request all to stay calm and not panic. Thank you. 🙏🏽

    — Abhishek Bachchan (@juniorbachchan) July 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : অখিল গগৈৰ দেহত কৰ'ণা পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.