ETV Bharat / bharat

ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব... - আন্তঃজাতিক নাৰী দিৱস 2020 ৰ মূল বিষয় 'Each for Equal'

সমতা স্থাপন তথা সমাজৰ পৰা লিংগ বৈষম্য দূৰ কৰাৰ বাবে উদযাপন কৰা হৈছে মহিলাৰ কৃতিত্বসমূহ ৷

ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব
ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব
author img

By

Published : Mar 7, 2020, 9:47 PM IST

তেওঁ আমাক অনুপ্ৰেৰণা যোগায়..

সম্পূৰ্ণ বিশ্বতে লিংগ বৈষমতা দূৰ কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে আন্তঃজাতিক নাৰী দিৱস 2020 ৰ মূল বিষয় 'Each for Equal' য়ে ৷ সমতা স্থাপন তথা সমাজৰ পৰা লিংগ বৈষম্য দূৰ কৰাৰ বাবে উদযাপন কৰা হৈছে মহিলাৰ কৃতিত্বসমূহ ৷ এই ক্ষেত্ৰত আমাক গৌৰাম্বিত কৰি তুলিছে ভাৰতীয় মহিলা বিজ্ঞানীয়ে ৷ মহিলা বিজ্ঞানীসকল সকলোৰে বাবে এক অনুপ্ৰেৰণা ..

আসীমা চেটাৰ্জী এগৰাকী ভাৰতীয় জৈৱ ৰাসায়নবিদ ৷ জৈৱিক ৰসায়নবিজ্ঞান তথা ফাইটোমেডিসিনৰ ক্ষেত্ৰখনত নিজ কৰ্মৰাজীৰ বাবে পৰিচিত আসীমা চেটাৰ্জীক পদ্মভূষণ বঁটা প্ৰদান কৰা হয় ৷ তেখেত ইণ্ডিয়ান চাইন্স কংগ্ৰেছৰ ৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী ৷

ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব
ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব

কমল ৰাণাদিৱ: ইণ্ডিয়ান ৱ'মেন চাইন্টিষ্ট এছ'ছিয়াচনৰ প্ৰতিষ্ঠাপক কমল ৰাণাদিৱে এগৰাকী পদ্মভূষণ বঁটা প্ৰাপক ৷ কুষ্ঠ ৰোগৰ ক্ষেত্ৰখনৰ বাবে অহৰহ কাম কৰি অহা কমল ৰাণাদিৱক ৱাটুমল ফাউণ্ডেছন এৱাৰ্ড প্ৰদান কৰা হয় ৷

ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব
ভাৰতীয় মহিলা বিজ্ঞানীসকলৰ কৃতিত্ব

অন্না মণি: ভাৰতীয় পদাৰ্থবিদৰ লগতে অন্না মণি এগৰাকী বতৰ-বিজ্ঞানী আছিল ৷ ইয়াৰোপৰি অন্না মণি ইণ্ডিয়ান একাডেমি অৱ চাইন্স ৰ লগতে ইণ্ডিয়ান নেশ্যনেল চাইন্স একাডেমীৰ সন্মানীয় সদস্য আছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.