ETV Bharat / bharat

COVID-19: ভাৰত চৰকাৰৰ দ্ধাৰা প্ৰস্তুত ম'বাইল এপ্লিকেচন

author img

By

Published : Apr 2, 2020, 11:57 PM IST

COVID-19 ৰ বিৰুদ্ধে এক হৈ যুঁজিবলৈ ভাৰত চৰকাৰৰ দ্ধাৰা নিৰ্মাণ ম'বাইল এপ্লিকেচন । 'আৰোগ্য সেতু' নামেৰে নিৰ্মাণ কৰা হৈছে এপ্লিকেচনটো ।

COVID-19
COVID-19: ভাৰত চৰকাৰ দ্ধাৰা প্ৰস্তুত ম'বাইল এপ্লিকেচন

নিউজ ডেস্ক, ২ এপ্ৰিলঃ মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে এক হৈ দেশবাসীক যুঁজিবলৈ ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা হৈছে এটি ম'বাইল এপ্লিকেচন । 'আৰোগ্য সেতু' নামেৰে নামাকৰণ কৰি উলিওৱা হৈছে এই এপ্লিকেচন । এপ্লিকেচনটোত ভাৰত চৰকাৰৰ বিশেষভাৱে স্বাস্থ্য বিভাগৰ কাম সমূহ তথা COVID-19 ৰ বিৰুদ্ধে লোৱা ব্যৱস্থা সমূহ দেশবাসীলৈ পঠোৱা তথা অতি কম সময়ৰ ভিতৰত লাভ কৰিবৰ বাবেই এই এপ্লিকেচনটো বনোৱা হৈছে বুলি সদৰী কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.