ETV Bharat / bharat

আপৰ কাউন্সিলৰ তাহিৰ হুছেইনৰ ভিডিঅ' ভাইৰেল !!

সদ্যহাতে এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে আপ দলৰ কাউন্সিলৰ তাহিৰ হুছেইনৰ ৷ ভিডিঅ'টোত তাহিৰ হুছেইনক আৰক্ষীৰ পৰা সহায় ভিক্ষা কৰা পৰিলক্ষিত হৈছে ৷

author img

By

Published : Feb 29, 2020, 5:16 PM IST

AAP councillor viral video appealing for police help
আপৰ কাউন্সিলৰ তাহিৰ হুছেইনৰ ভিডিঅ' ভাইৰেল

নিউজ ডেস্ক, 29 ফেব্ৰুৱাৰী : দিল্লীৰ হিংসাত্মক ঘটনাৰ পিচতে আপৰ কাউন্সিলৰ তাহিৰ হুছেইনৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ মাজতে শেহতীয়াকৈ এটা ভাইৰেল হৈ পৰা ভিডিঅ'ই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ'টোত আপৰ নেতাগৰাকীক আৰক্ষীৰ পৰা সহায় ভিক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে ৷ চাওঁক ভাইৰেল হৈ পৰা ভিডিঅ'টো....

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.