ETV Bharat / bharat

কৃত্ৰিম গৰ্ভধাৰণেৰে 4 টাকৈ সন্তান প্ৰসৱ মহিলাৰ - দুটি ল'ৰা সন্তান আৰু দুটি কন্যা সন্তান জন্ম কৰ্ণাটকৰ মহিলাৰ

কৃত্ৰিম গৰ্ভধাৰণেৰে 4 টাকৈ সন্তান জন্ম কৰ্ণাটকৰ এগৰাকী মহিলাৰ ৷ সম্পূৰ্ণ সুস্থ অৱস্থাত আছে মহিলাগৰাকীৰ লগতে সন্তানকেইটা ৷

4 টাকৈ সন্তান প্ৰসৱ কৰ্ণাটকৰ মহিলাৰ
author img

By

Published : Oct 19, 2019, 8:28 AM IST

নেশ্বনেল ডেস্ক, 19 অক্টোবৰ : কৰ্ণাটকৰ এগৰাকী মহিলাই কৃত্ৰিম গৰ্ভধাৰণেৰে প্ৰসৱ কৰিলে 4 টাকৈ সন্তান ৷ 40 বৰ্ষীয় দালিবাই ছাগানালাল নামৰ মহিলাগৰাকীয়ে দুটি ল'ৰা সন্তান আৰু দুগৰাকী কন্যা সন্তান জন্ম দিয়ে ৷ কৰ্ণাটকৰ বিজয়াপুৰা জিলাৰ মুদানুৰো চিকিৎসালয়ত মহিলাগৰাকীয়ে সন্তানকেইটি জন্ম দিয়ে ৷

4 টাকৈ সন্তান প্ৰসৱ কৰ্ণাটকৰ মহিলাৰ

বৰ্তমান মাতৃ আৰু সন্তানকেইটা সম্পূৰ্ণ সুস্থ বুলি জানিবলৈ দিছে চিকিৎসকে ৷

Intro:Body:

A women gave birth to 4 children through artificial insemination.

40 years old Daalibai Saganalal gave birth to 4 children (2 boy and 2 girl child)

Incident took place in Mudanooru multispeciality hospital in Vijayapura district of Karnataka

Women had undergone for test tube treatment in Bangalore

Doctors said that Mother and Children are healthy

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.