ETV Bharat / bharat

একিউত এনকেফেলাইটিছ চিণ্ড্ৰমৰ বিষয়ে এতিয়াও অজ্ঞাত বিহাৰৰ এখন গাওঁ!!

পশ্চিম চাম্পাৰম জিলাৰ চৈনপুৰ গাওঁত একিউত এনকেফেলাইটিছ চিণ্ড্ৰমৰ বিষয়ে এতিয়াও অজ্ঞাত গঞা ৷

একিউত এনকেফেলাইটিছ চিণ্ড্ৰমৰ বিষয়ে এতিয়াও অজ্ঞাত বিহাৰৰ এখন গাওঁ!!
author img

By

Published : Jun 22, 2019, 11:25 PM IST

নিউজ ডেস্ক, 22 জুন: 'একিউত এনকেফেলাইটিছ চিণ্ড্ৰম'ত বিহাৰৰ মুজ্জফৰপুৰ আৰু উপকণ্ঠ জিলাসমূহত 173 গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতো পশ্চিম চাম্পাৰণ জিলাৰ চৈনপুৰ গাওঁত এই ৰোগৰ বিষয়ে এতিয়াও অজ্ঞাত গঞা ৰাইজ ৷ এগৰাকী গঞাই জানিবলৈ দিয়ে যে, এই পৰ্যন্ত কোন স্বাস্থ্য বিভাগৰ লোকে গাওঁখনলৈ আহি কোনো ধৰণৰ সজাগতা বিয়পাবলৈ চেষ্টা কৰা নাই ৷
জুনৰ 15 তাৰিখে গাৱঁৰে ভাগীৰথী শ্বাহ নামৰ এগৰাকীৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় যাৰ ফলত গাওঁবাসী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিৰ সৃষ্টি হয় যদিও কি কাৰণত ছোৱালীজনীৰ মৃত্যু হল সেই সম্বন্ধে অজ্ঞাত গাওঁবাসী ৷

একিউত এনকেফেলাইটিছ চিণ্ড্ৰমৰ বিষয়ে এতিয়াও অজ্ঞাত বিহাৰৰ এখন গাওঁ!!
ই টিভিৰ এগৰাকী সাংবাদিক এম জে কে চিকিৎসালয়ত উপস্থিত হোৱাত ডাঃ অৰুন কুমাৰ সিঙহায়ে জানিবলৈ দিয়ে যে বাতৰি কাকত আৰু জন কল্যাণমূলক বিজ্ঞাপনৰ জড়িয়তে সজাগতা বঢ়াবলৈ চেষ্টা কৰি থকা হৈছে ৷

Intro:Body:

https://www.etvbharat.com/hindi/bihar/state/w-champaran/people-didnot-know-about-encephalitis-in-bettiah-1-1/bh20190621213104515

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.