ETV Bharat / bharat

গান্ধী পৰিয়ালৰ বাহিৰৰ এগৰাকী কংগ্ৰেছ প্ৰধান কাৰ্যক্ষম কৰাটো কঠিন কিয় !

বিগত 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই গেহলোট, সিন্ধে, ৱাছনিক আৰু খাৰ্গেৰ দৰে জ্যেষ্ঠ নেতাসকলৰ নাম চৰ্চালৈ আহিছিল ৷ দলৰ আভ্যন্তৰীণ ব্যক্তিসকলে ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ ওভটাই লোৱাৰ বাবে মান্তি নোহোৱা পৰ্যন্ত এই প্ৰবীণ নেতাসকলৰ নাম এটি অন্তৰ্বৰ্তীকালীণ ব্যৱস্থা হিচাপে আলোচনা হৈছিল ৷

author img

By

Published : Aug 26, 2020, 10:27 PM IST

A non Gandhi Congress chief sounds good but may not be smooth arrangement
গান্ধী পৰিয়াল বাহিৰৰ এগৰাকী কংগ্ৰেছ প্ৰধান যুক্তিৰ বাবে উপযুক্ত যদিও কাৰ্যক্ষম কৰাটো কঠিন

যদিও অশোক গেহলোট, মল্লিকাৰ্জুন খাৰ্গে, গুলাম নবী আজাদ, মুকুল ৱাছনিক, সুশীল কুমাৰ সিন্ধেৰ দৰে জ্যেষ্ঠ গান্ধী পৰিয়ালৰ বাহিৰৰ নেতা দলৰ অধ্যক্ষ পদৰ সম্ভাৱনীয় প্ৰাৰ্থী হিচাপে পলমকৈ হ’লেও চৰ্চালৈ আহিছে, কিন্তু তেঁওলোকৰ সফলতাৰ সম্ভাৱনা বহু ক্ষীণ ৷

এই পৰীক্ষণটো প্ৰথম স্থানত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিফল হ’ব পৰা কেইবাটাও কাৰণ আছে ৷ আৰু যদি কিবা কাৰণত এইয়া সম্ভৱপৰ হৈ উঠে ই কিমান সফল হ’ব পাৰিব ?

গান্ধী পৰিয়ালৰ বাহিৰৰ কংগ্ৰেছ প্ৰধানৰ বিষয়টো নতুন নহয় ৷ ছোনীয়া গান্ধীৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী পিভি নৰসিংহ ৰাও আৰু তেখেতৰ উত্তৰাধিকাৰী সীতাৰাম কেশৰী এই পদত অধিস্থিত হৈ আছিল ৷

উল্লেখ্য যে, 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই গেহলোট, সিন্ধে, ৱাছনিক আৰু খাৰ্গেৰ দৰে জ্যেষ্ঠ নেতাসকলৰ নাম চৰ্চালৈ আহিছিল ৷ দলৰ আভ্যন্তৰীণ ব্যক্তিসকলে ৰাহুল গান্ধীৰ পদত্যাগ পত্ৰ ওভটাই লোৱাৰ বাবে মান্তি নোহোৱা পৰ্যন্ত এই প্ৰবীণ নেতাসকলৰ নাম এটি অন্তৰ্বৰ্তীকালীণ ব্যৱস্থা হিচাপে আলোচনা হৈছিল ৷

যদিও এই জ্যেষ্ঠ নেতাসকলৰ প্ৰতিগৰাকীৰেই দলীয় পদ্ধতিত এক গুৰুত্বপূৰ্ণ স্থান আছিল তথা তেঁওলোক নেতাকৰ্মীসকলৰ দ্বাৰা সমানভাৱে বিবেচিত হ’লেও দলৰ মেনেজাৰসকলে বিভিন্ন ৰাজ্যৰ ইউনিটসমূহৰ পৰা মতামত গ্ৰহণৰ চেষ্টা কৰিছিল ৷ এই ক্ষেত্ৰত কেইবাটাও অখিল ভাৰতীয় সহমত নাছিল ৷ উপৰোক্ত আটাইকেইগৰাকী জ্যেষ্ঠ নেতাকে পূৰ্ণকালীত অথবা অৰ্ধকালীন দলৰ অধ্যক্ষ ৰূপত উচিত বিবেচনা কৰা হ’ব ৷ ইয়াৰ ফলাফল সানমিহলি হোৱা বাবে দলৰ মেনেজাৰ সকলে কোনো এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে ৷

ইয়াৰ পৰৱৰ্তী 12 মাহত ৰাহুল গান্ধীৰ প্ৰত্যাৱৰ্তনৰ বাতৰিয়ে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ দলৰ পূৰ্ণকালীন অধ্যক্ষ নিযুক্ত কৰাৰ বাবে কংগ্ৰেছ দলটো সন্মত হোৱা নাছিল ৷

ৰাহুল গান্ধীয়ে নিজৰ মাতৃৰ উত্তৰাধিকাৰ গ্ৰহণ কৰাত অনিচ্ছা প্ৰাকশ কৰে, ইয়াৰ মাজতো কিছুমান লোকে ছোনীয়া গান্ধীকে ভৱিষ্যতলৈকে দলৰ অন্তৱৰ্তীকালীন প্ৰধান হিচাপে অধিস্থিত হৈ থকাৰ বাবে আবেদন জনায় ৷

বিগত প্ৰায় এবছৰে দলৰ নেতাসকলে যুৱ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপিত যোগদানৰ উপৰিও চলিত বৰ্ষৰ মাৰ্চত মধ্য প্ৰদেশত কমলনাথ চৰকাৰক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত দলে কিমান নিম্ন চেষ্টা কৰিলে তাৰ সাক্ষী হৈ ৰ’ল ৷ ৰাজস্থানত লোকসভা নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ সম্ভাৱনা থকা সত্বেও, জুলাই মাহত অশোক গেহলোটৰ পতনৰ উপৰিও কংগ্ৰেছৰ আঘাত হ্ৰাস কৰাৰ পৰিকল্পানাৰ বাবেই দলৰ মেনেজাৰ সকলে অপেক্ষা কৰি আছিল ৷

এই দুয়োটা সিদ্ধান্তই এইটো প্ৰমাণ কৰিছে যে, কংগ্ৰেছ এটা অতি লেহেমীয়া বিৰোধী দল আৰু দলটো একপ্ৰকাৰৰ দ্বিধাহীনতাত ভূগিছে ৷ এই কথা উপলব্ধি কৰাৰ পিছতেই সেই 23 গৰাকী দিগ্গজৰ মনত এক শংকাৰ সৃষ্টি কৰিছিল আৰু তেঁওলোকে তাৎক্ষণিকভাৱে পত্ৰ লিখি ছোনীয়া গান্ধীক পূৰ্ণকালীন দলৰ সভাপতি হিচাপে অধিস্থিত থকাৰ লগতে দলটোৰ বহিস্কাৰক সকলক গ্ৰেপ্তাৰৰ বাবে দাবী উত্থাপন কৰে ৷

কংগ্ৰেছ কাৰ্যবাহী কমিটিয়ে 24 আগষ্টত এক প্ৰকাৰৰ অসন্তুষ্ট সকলৰ আশাত মোহৰ লগায় আৰু পুনৰ এবাৰ গান্ধীবাদৰ সম্পূৰ্ণ পুনৰাবৃত্তি কৰে ৷ সেই পৃষ্ঠভূমিত এগৰাকী গান্ধী পৰিয়াল বাহিৰৰ দলীয় প্ৰমুখৰ বিষয়টোৰ ওপৰত চৰ্চা তেতিয়ালৈকে নিৰৰ্থক হ’ব যেতিয়ালৈকে বিদ্ৰোহীসকলৰ মাজত বিভাজন অনাৰ বাবে পৰ্যাপ্ত সাহয় নাথাকে ৷ কিন্তু এইয়া পুনৰ সম্ভৱ নহয় ৷

গান্ধী পৰিয়ালৰ বাহিৰৰ এগৰাকী দলীয় প্ৰধান নিৰ্বাচন আৰু সেই লোকজনৰ নিজৰ দক্ষতা প্ৰমাণৰ ক্ষমতা থাকিলেও সেইয়া যুক্তিৰ ক্ষেত্ৰত উপযুক্ত যেন লাগিলেও কাৰ্যক্ষম কৰাটো কঠিন ৷ মূল কথাটো হ’ল একে দলৰ জ্যেষ্ঠ সকলে যেতিয়া সুযোগ লাভ কৰিছিল তেতিয়া তেঁওলোকে পুৰণি দলটোক নেতৃত্ব প্ৰদানৰ বাবে কোনোৱে একক নামৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰা নাছিল ৷

ইয়াৰ বিপৰীতে, গান্ধী পৰিয়ালে তেঁওলোকৰ ক্ৰুটিসমূহৰ সত্বেও কমপক্ষে কংগ্ৰেছক প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰাৰ বাবে মোকাবিলা কৰাত সহায় কৰে ৷ আন এক মহত্বপূৰ্ণ কথা হ’ল দশকজুৰি কংগ্ৰেছ সংগঠনটো এনেদৰে গঠন কৰা হৈছে যে, অন্য কোনো গান্ধী পৰিয়ালৰ বাহিৰৰ লোকে দলটোক সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত অক্ষম হ’ব ৷

এইক্ষেত্ৰত এই বিষয়োটোও উল্লেখ কৰা অতি প্ৰয়োজন যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বা বিজেপিৰ অন্য প্ৰবীণ নেতাসকলৰ ৰাজনৈতিক আক্ৰমণৰ প্ৰধান লক্ষ্য গান্ধী পৰিয়ালহে হয় দলৰ অন্য জ্যেষ্ঠ নেতাসকল নহয় ৷

গান্ধী পৰিয়ালৰ প্ৰথম লক্ষণ আজাদৰ কাষত উপস্থিত হৈছে (ভিন্ন মতপোষণকাৰী 23 গৰাকী স্বাক্ষৰকাৰী সকলৰ ভিতৰত এগৰাকী) আৰু তেঁওক যথাযথ অনুকৰণৰ আশ্বাস প্ৰদান কৰিলে সকলো থিকে থাকিব অন্যথা তেখেতৰ পৰা আৰু বহু প্ৰত্যাশা বাকী আছে ৷

অমিত অগ্নিহোত্ৰী

নতুন দিল্লী , 26 আগষ্ট, 2020

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.