ETV Bharat / bharat

ভাৰতৰ ৮০ শতাংশ চাকৰি প্ৰত্যাশী ৰাজনীতিৰ প্ৰতি আগ্ৰহী - politics as a career

অহা এপ্ৰিল মাহৰ ১১ তাৰিখৰ পৰা মে মাহৰ ১৯ তাৰিখলৈ হ'বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে জনপ্ৰিয় ইন্টাৰনেট ছাইট Indeed এ চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই কথা। সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি দেশৰ প্ৰায় ৮০ শতাংশ চাকৰি প্ৰত্যাশী ৰাজনীতিৰ প্ৰতি আগ্ৰহী ।

চাকৰি
author img

By

Published : Apr 3, 2019, 5:28 PM IST

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ বুধবাৰে জনপ্ৰিয় চাকৰি সন্ধানী ৱেবছাইট "Indeed" প্ৰকাশ কৰা এক সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৰাজনীতিৰ জনপ্ৰিয়তা । সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সাতটা পৰ্যায়ত সম্পন্ন কৰা এই সমীক্ষাত দেশৰ ৮০ শতাংশ চাকৰি সন্ধানীয়ে ৰাজনীতিৰ প্ৰতি নিজৰ আগ্ৰহ প্ৰকাশ কৰিছে ।

সমীক্ষাটোত, ২১ শতাংশ পুৰুষআৰু ১২ শতাংশ মহিলাইৰাজনীতিত নিজৰ কেৰিয়াৰ গঢ়াৰ প্ৰতি পক্ষপাতী বুলিপ্ৰকাশ পাইছে । অহা ১১ এপ্ৰিলৰ পৰা মে মাহৰ ১৯ তাৰিখলৈ অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ ভাৰতবৰ্ষত সাতটা পৰ্যায়ত সম্পন্ন কৰা হৈছিল এই সমীক্ষা । সমীক্ষাত অংশগ্ৰহণ কৰা ৫৯ শতাংশ অংশগ্ৰহণকাৰীয়ে প্ৰকাশ ভংগী আৰু ৰাজহুৱাকৈ কথা কোৱাৰ সক্ষমতা থাকিলেহে ৰাজনীতিত কেৰিয়াৰ সম্ভৱপৰ বুলি মতদান কৰাৰ বিপৰীতে ৫৩ শতাংশই সমস্যা ব্যৱস্থাপনাই এগৰাকী স্থায়ী ৰাজনীতিবিদৰ মুল গুণবুলি মতদান কৰিছে । আনহাতে ২৪ শতাংশ অংশগ্ৰহণকাৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজনীতিৰ প্ৰতিমনোগ্ৰাহী বুলি কোৱাৰ বিপৰীতে ২১ শতাংশই ৰাজনীতিৰ সৈতে সংযুক্ত অন্যান্য় আনুষংগিক কেৰিয়াৰ পচণ্ড কৰিছে আৰু ৩৪ শতাংশই ৰাজ্যিক ভিত্তিক সামাজিক সেৱা আৰু ৰাজনৈতিক সাংবাদিকতাত আগ্ৰহী বুলি মতপ্ৰকাশ কৰিছে ।

সমীক্ষাত অংশগ্ৰহণ কৰা আধা সংখ্যকেই যিকোনো চাকৰিৰ বাবে নেতৃত্ব আৰুসমস্যা ব্যৱস্থাপনা জৰুৰী বুলি প্ৰকাশ কৰাৰ বিপৰীতে ৪৯ শতাংশই দৰ্শক-শ্ৰোতাক বুজি পোৱা গুণ অতি জৰুৰী বুলি প্ৰকাশ কৰিছে । প্ৰায় ৩৭ শতাংশই সমস্যা সমাধান আৰু সমস্যা ব্যৱস্থাপনা গুণ ৰাজনীতিত অতিকে জৰুৰী বুলি প্ৰকাশ কৰাৰ বিপৰীতে ৪৭ শতাংশই বিশ্লেষণাত্মক চিন্তাধাৰা অতিকে গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে ।

"Indeed India"ৰ প্ৰৱন্ধক-নিৰ্দেশক শশী কুমাৰৰ মতে, যদিও দেশৰ সহস্ৰাধিকে ৰাজনৈতিকভাৱে উদাসীন আৰু বিচ্ছিন্ন হৈ আছে তথাপি এইসকলনৱপ্ৰজন্মৰ নাগৰিক চিন্তাধাৰাক বিকশিত কৰি তোলাত সহায় কৰিছে । তেওঁ লগতে কয় যে, বিগত সময়ছোৱাৰ তুলনাত বৰ্তমানৰ প্ৰজন্মই চৰকাৰক সমাজৰ সহায়কাৰী, মানুহৰ সহায়কাৰী, ধৰ্মীয় সংগঠনৰ সহায়কাৰী, ব্যৱসায়ৰ সহায়কাৰী আৰু ৰাজহুৱা সমস্য়াৰ সমাধানকাৰী এখন ৰাজ-শাসন বুলি মানি আহিছে । নিজ পাৰদৰ্শিতা অনুসৰি বহুসংখ্যকেই প্ৰভাৱৰ ওপৰত বিশ্বাস কৰাৰ লগতে ইয়াৰ দ্বাৰাই সামাজিক কল্যাণসাধন কৰিবলৈ বিচাৰে ।

ফেব্ৰুৱাৰী মাহৰ ২২ তাৰিখৰ পৰা ২৫ তাৰিখৰ ভিতৰত সম্পন্ন কৰা এই সমীক্ষাত ২২-৩৬ বছৰীয়াদেশৰ প্ৰায় ১,২০১ গৰাকী নৱপ্ৰজন্মই অংশগ্ৰহণ কৰিছিল ।

Intro:Body:

The survey, conducted ahead of the 2019 general elections from April 11-May 19 in seven phases across the country, found 59 per cent respondents believe one needs public speaking and presentation skills for a career in politics, while 53 per cent admit leadership and conflict management skills were essential to be a full-time politician.

Bengaluru: About 80 per cent of job seekers across India are interested in politics and look to pursue careers as political analysts, social workers and political journalists, a survey by a leading job site, Indeed, said on Wednesday.

"The survey also revealed that men (21 per cent) are more inclined towards building a career in politics than women (12 per cent)," said the placement company in a statement here.

The survey, conducted ahead of the 2019 general elections from April 11-May 19 in seven phases across the country, found 59 per cent respondents believe one needs public speaking and presentation skills for a career in politics, while 53 per cent admit leadership and conflict management skills were essential to be a full-time politician.

Around 24 per cent respondents find a mainstream political career interesting, while 21 per cent of them would like to pursue politics as a career in allied fields like analysts (34 per cent), working in a state-run organisation for social service and political journalism.

Half the respondents said one needs leadership and conflict management skills for the job, compared to 49 per cent who believe one must have the skill to understand the audience.

"Around 37 per cent respondents said you need crisis management and problem-solving skills to work in politics, compared to 47 per cent who believe analytical thinking skills are a must," said the statement.

According to Indeed India Managing Director Sashi Kumar, though millennials are branded a politically indifferent and disconnected generation, they have evolved an identity of civic activism.

"Unlike previous generations, millennials consider a government as an avenue to help society, along with activities like volunteering, donating to charitable organisations and supporting local businesses and community efforts," said Kumar, citing the study report.

With demand for transparency, millennials believe in creating a measurable impact, which they are exploring through careers in allied fields like social service and welfare.

The survey was conducted between February 22-25 on 1,201 millennials in the 22-36 age group across the country, for the job site by Censuswide.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.