ETV Bharat / bharat

মিজোৰামত 72সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন

author img

By

Published : Jan 26, 2021, 4:25 PM IST

সমগ্ৰ দেশৰ লগতে মিজোৰামৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হ'ল 72 সংখ্যক গণতন্ত্ৰ দিৱস ৷ মিজোৰামৰ আন আন প্ৰান্তৰ লগতে ৰাজধানী আইজলস্থিত অসম ৰাইফলচৰ খেলপথাৰতো আয়োজন কৰা হয় বিশেষ কাৰ্যসূচীৰ ৷

72nd-republic-day-celebration-in-mizoram
মিজোৰামত 72সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন

আইজল, 26 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে মিজোৰামৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হ'ল 72 সংখ্যক গণতন্ত্ৰ দিৱস ৷ 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা সমগ্ৰ দেশে পালন কৰি আহিছে গণতন্ত্ৰ দিৱস ৷ মিজোৰামৰ আন আন প্ৰান্তৰ লগতে ৰাজধানী আইজলস্থিত অসম ৰাইফলচৰ খেলপথাৰত পতাকা উত্তোলন কৰে মিজোৰামৰ ৰাজ্যপাল পি.এছ.শ্ৰীধৰণ পিল্লাইয়ে ৷

ৰাজ্যপালগৰাকীক গাৰ্ড অৱ হনাৰ প্ৰদান কৰে অসম ৰাইফলচৰ 46 নং বেটেলিয়ন, চি আৰ পি এফ 70 নং বেটেলিয়েন, ম, সীমান্ত সুৰক্ষা বাহিনী আৰু ভাৰতীয় সংৰক্ষিত আৰক্ষী লগতে 1ম মিজোৰাম সশস্ত্ৰ আৰক্ষীৰ ব্ৰাছ বেণ্ডে ৷

লগতে পঢ়ক: তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.