ETV Bharat / bharat

আৰক্ষীৰ বাহনৰ খুন্দাত ৬ বছৰীয়া শিশুৰ মৃত্যু !

author img

By

Published : Oct 1, 2020, 5:26 PM IST

ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৪ ‌‌ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।

6-yr-old dies after being hit by Hyderabad police car
আৰক্ষীৰ বাহনৰ খুন্দাত ৬ বছৰীয়া শিশুৰ মৃত্যু !

নিউজ ডেস্ক, ১ অক্টোবৰ: হায়দৰাবাদত বৃহস্পতিবাৰে আৰক্ষীৰ টহলদাৰী বাহনৰ খুন্দাত এটি ৬ বছৰীয়া শিশু নিহত হয় | এটি সংবাদ সংস্থাৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপত এই ঘটনাৰ স্পষ্টীকৰণ দি আৰক্ষী পৰিদৰ্শক ৰনবিৰ ৰেড্ডীয়ে কয় যে,মংগলহাট আৰক্ষী থানাৰ টহলদাৰী গাড়ীখন ভাগৱান্ত ৰেড্ডী নামৰ কৰ্তব্যৰত আৰক্ষী বিষয়াজনে চলাইছিল । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৪ ‌‌ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।

লগতে পঢ়ক: জনা-নজনা: ক্ৰিকেটৰ প্ৰথমটো শতকৰ 250 বছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.