ETV Bharat / bharat

ভাৰতত বৃদ্ধি কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা

author img

By

Published : Oct 24, 2020, 1:22 PM IST

ভাৰতত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে ৷ বৰ্তমান ভাৰতত এই ভাইৰাছত আক্ৰান্ত হয় 53,370 গৰাকী আৰু মৃত্যু হয় 1,18,007 গৰাকীৰ ৷

COVID LIVE: 53,370 new cases take India's tally to 78,14,682
ভাৰতত বৃদ্ধি কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা

নিউজ ডেস্ক, 24 অক্টোবৰ: ভাৰতত আজিৰ দিনটোত 53,370 গৰাকী লোক আক্ৰান্ত হয় ক'ভিড-19ত ৷ বৰ্তমান ভাৰতত 78.14 লাখলৈ বৃদ্ধি পাই কৰ'ণা আক্ৰান্তৰ হাৰ ৷ আজিৰ দিনটোলৈ 78,15,363 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা 1,18,007 গৰাকীলৈ বৃদ্ধি পাই ৷ ইফালে,চিকিৎসাধীন হৈ আছে 6,82,481 গৰাকী আৰু সুস্থ হৈ উঠে 70,13,569গৰাকী ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

ICMRয়ে প্ৰকাশ কৰা অনুসৰি, 23 অক্টোবৰৰ দিনটোত মুঠ 12,69,479গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হয় ৷ বৰ্তমানলৈকে ৰাজ্যত মুঠ 1কোটি 13লাখ 82হাজাৰ 564 গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হয় ৷

অন্য এক খবৰৰ বাবে: দিল্লীত ভয়াৱহভাৱে নিম্নগামী হৈছে বায়ুৰ গুণগত মানৰ সূচাংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.