ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Dec 20, 2020, 4:59 PM IST

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 pm top ten news
5 pm top ten news

ক’ত সন্ধানহীন হৈছে ডিমা হাছাওৰ একাংশ যুৱক

ডিমা হাছাও জিলাৰ পৰা বহু যুৱক সন্ধানহীন হৈছে ৷ সন্ধানহীন হোৱা বহু যুৱক উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ সম্ভাৱনা ।

বিটিচিত নৱ নিৰ্বাচিত চৰকাৰ প্ৰথম খন কাৰ্যবাহী পৰিষদৰ বৈঠক সম্পন্ন

বিপিএফে " ৰুল আৰু প্ৰচিডিঅ'ৰ " কথা কৈছে যদিও বিগত ১৭ বছৰে একোৱেই নকৰিলে ৷ এতিয়াহে নতুন চৰকাৰে বিধান পৰিষদৰ পৰা আৰম্ভ কৰি সকলোতে " চিষ্টেম " গঢ়ি তুলিব বুলি মন্তব্য কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

গোলাঘাট জিলা কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ অজন্তা নেওগক

গোলাঘাট জিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অজন্তা নেওগক ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে সেই দায়িত্বৰ পৰা অপসাৰণ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰঞ্জন বৰাই জাৰি কৰে এই নিৰ্দেশনা ৷

সাৱধান : সুন্দৰী যুৱতী নামিছে গাড়ী চুৰি কাৰ্যত !

শিৱসাগৰত পুনৰ সক্ৰিয় হৈছে গাড়ী চুৰি চক্ৰ ৷ এইবাৰ যুৱতীও নামিল গাড়ী চুৰিত ৷ নিচাযুক্ত দ্ৰব্য সেৱন কৰাই গোলাঘাটৰ ৰঙাজানত পেলাই গ'ল গাড়ীৰ মালিকক ৷ ঘটনাক লৈ শিৱসাগৰত চাঞ্চল্য ৷

চাচনীৰ শিলকচুবামত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

ৰাইজৰ অভিযোগৰ ভিত্তিত বন বিভাগে নাহৰকটীয়াৰ চাচনীৰ শিলকচুবামত পিঞ্জৰা স্থাপন কৰি শনিবাৰে নিশা এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ৷

বকোৰ বিভিন্ন প্ৰান্তত বন্য হস্তীৰ উপদ্ৰৱ

বকোৰ পাখাৰাপাৰাত আৰু মৌমানত বনৰীয়া হাতীটোৰ উপদ্ৰৱ । জাকৰ পৰা ফালৰি কাটি অহা হাতী এটাই নিশা চলাইছে তাণ্ডৱ। খাদ্যৰ সন্ধানত দুটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলোৱা দেখা গৈছে অঞ্চলটোত ।

মৰাণত কংগ্ৰেছৰ স্থিতি মজবুত বুলি দৃঢ়তাৰে ক’লে জিলা সম্পাদক বিজিত সন্দিকৈয়ে

ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ৰাজনৈতিক অৱস্থা বৰ্তমান ঠিক নহয় ৷ এনে অৱস্থাত আগন্তুক নিৰ্বাচন সন্দৰ্ভত দলটোৰ স্থিতি সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সম্পাদক বিজিত সন্দিকৈয়ে ৷

কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ ব্যাপক আয়োজন

অহা 23 আৰু 24 ডিচেম্বৰত পোনপ্ৰথম বাৰৰ বাবে সীমান্ত চহৰ কৰিমগঞ্জত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ বাবে জিলাখনত ইতিমধ্যে তুংগত উঠিছে প্ৰস্তুতি ৷

চিৰাঙৰ চিকিৎসালয়ত বিটিচিৰ প্ৰমোদ বড়োৰ আকস্মিক পৰিদৰ্শন

চিৰাঙৰ চিকিৎসালয়ত চাডেন ভিজিট বিটিচিৰ নৱ নিৰ্বাচিত মুখ‍্য কাৰ্যবাহী প্ৰমোদ বড়োৰ । চিকিৎসালয়ত সকলো থকাৰ পিচতো চিকিৎসক কৰ্মচাৰীৰ অৱহেলাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ লগতে সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰাংগনত এক স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.