ETV Bharat / bharat

দিল্লীৰ ময়ুৰ বিহাৰ অঞ্চলত এজন ৪৮ বছৰীয়া লোকৰ আত্মহত্যা

author img

By

Published : Jun 14, 2020, 4:43 PM IST

ময়ুৰ বিহাৰ অঞ্চলৰ এটা বন্ধ ঘৰত উদ্ধাৰ হয় গুলচন নামৰ চালকজনৰ মৃতদেহ। দুই-তিনিদিন পূৰ্বে লোকজনে আত্মহত্যা কৰাৰ সন্দেহ আৰক্ষীৰ।

 suicide
48 year old man commits suicide in Delhi's Mayur Vihar

নিউজ ডেস্ক, ১৪ জুন : দিল্লীৰ ময়ুৰ বিহাৰ অঞ্চলত দেওবাৰে এজন ৪৮ বছৰীয়া লোকে আত্মহত্যা কৰে। মৃত লোকজনৰ নাম গুলচন বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ত্ৰৈলোক্যপুৰীৰ ৩৬ ব্ল'কৰ নিবাসী আছিল গুলচন।

48 year old man commits suicide in Delhi's Mayur Vihar
দিল্লীৰ ময়ুৰ বিহাৰ অঞ্চলত এজন ৪৮ বছৰীয়া লোকৰ আত্মহত্যা

জানিব পৰা মতে, ময়ুৰ বিহাৰ অঞ্চলৰ এটা বন্ধ ঘৰত উদ্ধাৰ হয় গুলচন নামৰ চালকজনৰ মৃতদেহটো। ঘৰটোৰ পৰা গোন্ধ অহাত স্থানীয় লোকে আৰক্ষীক খবৰ দিছিল। সেই অনুসৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। চালকজনে দুই-তিনিদিন পূৰ্বে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। সম্প্ৰতি দিল্লী আৰক্ষীৰ অপৰাধ শাখাই ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক : চীনত অইল টেংকাৰ বিষ্ফোৰণ হৈ ১৯ জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.