ETV Bharat / bharat

চাৰিজনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা

author img

By

Published : Jul 16, 2019, 1:22 PM IST

Updated : Jul 16, 2019, 4:55 PM IST

মুম্বাইৰ দংগ্ৰীত খহি পৰিল 4 মহলীয়া অট্টালিকা ৷ চাৰিজনকৈ লোক নিহত হোৱাৰ তথ্য ৷

মুম্বাইত খহি পৰিল বৃহৎ অট্টালিকা

নিউজ ডেস্ক, 16 জুলাই : মুম্বাইৰ দংগ্ৰীত অট্টালিকা খহি পৰাৰ ফলত মৃতকৰ সংখ্যা 4 জনলৈ বৃদ্ধি পাইছে ৷ এই চাৰিজনৰে দুজন ছাবিয়া নিচাৰ শ্বেইখ (25) আৰু আব্দুল ছাত্তাৰ (55) বুলি চিনাক্ত কৰা হৈছে ৷

মুম্বাইত খহি পৰিল 100 বছৰ পুৰণি অট্টালিকা

আনহাতে, আহত সকলক জে. জে. হাস্পাতাল আৰু হাবিব হাস্পাতালত ভৰ্তি কৰোৱা হৈছে ৷

Intro:Body:

https://twitter.com/ANI/status/1151018758372245504

Conclusion:
Last Updated : Jul 16, 2019, 4:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.