ETV Bharat / bharat

পুনেত ভয়ংকৰ অগ্নিকাণ্ড, নিহত 4

বৃহস্পতিবাৰে পুনেৰ এখন কাপোৰৰ দোকানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত নিহত হয় 4 জনকৈ ব্যক্তি ৷ পুৱা 4 বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ৷

etv bharat
author img

By

Published : May 9, 2019, 3:45 PM IST

পুনে, 9 মে’: মহাৰাষ্ট্ৰৰ পুনেৰ এখন কাপোৰৰ দোকানত বৃহস্পতিবাৰে পুৱা 4 বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ পুনেৰ আৰক্ষী বিষয়াই জনোৱা অনুসৰি অগ্নিকাণ্ডটোত মৃত্যু হয় 4 জনকৈ লোকৰ ৷ দেৱাচি উৰী এলেকাত অৱস্থিত দোকানখনৰ ভিতৰত কৰ্মীসকল শুই থকাৰ সময়তে সংঘটিত হৈছিল অগ্নিকাণ্ডটো ৷ ফলত দোকানখনৰ ভিতৰত আৱদ্ধ হৈয়ে মৃত্যু মুখত পৰে চাৰিওগৰাকী কৰ্মী ৷

পুনেত ভয়ংকৰ অগ্নিকাণ্ড, নিহত 4

চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও সম্পূৰ্ণভাৱে অগ্নিদগ্ধ হয় ব্যৱসায়িক প্ৰতিষ্ঠানখন ৷ এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷

4 killed in Pune saree shop inferno

মহাৰাষ্ট্ৰৰ পুনেত ভয়ংকৰ অগ্নিকাণ্ড, নিহত 4

বৃহস্পতিবাৰে পুনেৰ এখন কাপোৰৰ দোকানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত নিহত 4 জনকৈ ব্যক্তি ৷ পুৱা 4 বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ৷

পুনে, 9 মে’: মহাৰাষ্ট্ৰৰ পুনেৰ এখন কাপোৰৰ দোকানত বৃহস্পতিবাৰে পুৱা 4 বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ পুনেৰ আৰক্ষী বিষয়া জনোৱা অনুসৰি অগ্নিকাণ্ডটোত জাহ যায় 4 জনকৈ লোক ৷ দেৱাচি উৰী এলেকাত অৱস্থিত দোকানখনৰ ভিতৰত কৰ্মীসকল শুই থকাৰ সময়তে সংঘটিত হৈছিল অগ্নিকাণ্ডটো ৷ ফলত দোকানখনৰ ভিতৰত আৱদ্ধ হৈয়ে মৃত্যু মুখত পৰে চাৰিওগৰাকী কৰ্মী ৷

চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও বৃহৎ ক্ষতিসাধন হয় ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ৷ এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.