ETV Bharat / bharat

প্ৰবল তুষাৰপাত আৰু হিমস্খলনৰ ফলত 4 জনৰ মৃত্যু - কাশ্মীৰত হিমস্খলন

হিমস্খলনৰ ফলত চাৰিজন লোকৰ মৃত্যু ৷ জম্মুৰ কুপৱাৰা জিলাত দুজন, এজন পি ডি ডি কৰ্মচাৰীয়ে বিদ্যুৎ সংযোগ কৰি থকা সময়ত আৰু এজন পথচাৰীৰ চিনাৰ গছ ভাগি মৃত্যু হয় ৷

হিমস্খলনৰ ফলত 4 জনৰ মৃত্যু
author img

By

Published : Nov 8, 2019, 1:00 AM IST

নেশ্বনেল ডেস্ক, 7 নৱেম্বৰঃ জম্মু-কাশ্মীৰত হিমস্খলনৰ পৃথক পৃথক ঘটনাত চাৰিজনকৈ লোকৰ মৃত্যু হয় ৷ মৃত্যু হোৱা লোককেইজনক কুপৱাৰা জিলাৰ মনজুৰ আহমেদ আৰু ইচাদ খান লগতে পিডিডি কৰ্মচাৰী মনজুৰ আহমেদ আৰু আনগৰাকী এগৰাকী পথচাৰী বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: নুমলীগড় শোধনাগাৰ আৰু নগা চুক্তি সন্দৰ্ভত অমিত শ্বাহৰ সৈতে আলোচনাত বহিল মুখ্যমন্ত্ৰী সোণোৱাল

নিহত পিডিডি কৰ্মচাৰীগৰাকীলৈ শ্ৰীনগৰ জিলা প্ৰশাসনে 2 লাখ টকাৰ ক্ষতিপুৰণ আগবঢ়াইছে ৷ জম্মু-কাশ্মীৰৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি, পূৰ্বৰ তুলনাত এইবাৰ আগতীয়াকৈ তুষাৰপাত হৈছে ৷ অত্যধিক পৰিমানে হোৱা তুষাৰপাতৰ ফলত বহুকেইখন বিমানৰ যাত্ৰা বাতিল কৰিবলগীয়া হৈছে ৷

ZCZC
PRI ESPL NAT NRG
.SRINAGAR DES17
JK-SNOW TOLL
4 killed following heavy snowfall in Kashmir
(Eds: Incorporating JK-SNOW OFFICIAL)
         Srinagar, Nov 7 (PTI) Four persons, including two locals working as Army porters, died in separate incidents following heavy snowfall in Kashmir Valley on Thursday, officials said
         The two porters identified as Manzoor Ahmed and Ishaq Khan died after coming under an avalanche near a forward post in Kupwara district.
         In another incident, an employee of the Power Development Department (PDD) died while trying to restore power supply, which has been disrupted by heavy snowfall in Kashmir, officials said.
         Manzoor Ahmad, an inspector in the PDD, fell off a pole and died on the spot, the officials said.
         They said the Srinagar district administration has sanctioned an immediate ex-gratia relief of Rs two lakh in favour of the next of the kin of the deceased PDD employee.
         A pedestrian also died after he was hit by a branch of a Chinar tree which broke off under the weight of snow in Habak area of the city, the officials said.
         They said a cab and an autorickshaw were also damaged in the incident. PTI MIJ
DV
DV
11071553
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.