ETV Bharat / bharat

২৯ জানুৱাৰিৰ পৰা মুম্বাই উপনগৰ নেটৱৰ্কত চলিব ২,৯৮৫ টা সেৱা

author img

By

Published : Jan 27, 2021, 10:05 AM IST

Updated : Jan 27, 2021, 10:23 AM IST

কেন্দ্ৰীয় ৰেলৱে উপনগৰ সেৱাসমূহ বৰ্তমানৰ ১,৫৮০ ৰ পৰা ১,৬৮৫ টা সেৱালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰু পশ্চিম ৰেলৱে ২৯ জানুৱাৰীৰ পৰা বৰ্তমানৰ ১,২০১ টা উপনগৰ সেৱা ১,৩০০ সেৱালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ।

২৯ জানুৱাৰিৰ পৰা মুম্বাই উপনগৰ নেটৱৰ্কত চলিব ২,৯৮৫ টা সেৱা
২৯ জানুৱাৰিৰ পৰা মুম্বাই উপনগৰ নেটৱৰ্কত চলিব ২,৯৮৫ টা সেৱা

নিউজ ডেস্ক,27জানুৱাৰী: পশ্চিম ৰেলৱে আৰু মধ্য ৰেলৱে হাতত লৈছে এক উল্লেখনীয় পদক্ষেপ ৷ ২৯ জানুৱাৰীৰ পৰা মুম্বাই উপনগৰ নেটৱৰ্কত বৰ্তমানৰ ২,৭৮১ সেৱা ২,৯৮৫ টা সেৱালৈ বৃদ্ধি কৰি সকলো উপনগৰ সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে পশ্চিম ৰেলৱে আৰু মধ্য ৰেলৱে ৷

মধ্য ৰেলৱেয়ে উপনগৰ সেৱা সমূহত থকা বৰ্তমানৰ ১,৫৮০ ৰ পৰা ১,৬৮৫ টা সেৱালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰু পশ্চিম ৰেলৱে ২৯ জানুৱাৰীৰ পৰা বৰ্তমানৰ ১,২০১ টা উপনগৰ সেৱা ১,৩০০ সেৱালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৷ দুয়োটা অঞ্চলৰ চিপিআৰঅ'য়ে প্ৰকাশ কৰিছে এই কথা ৷ বৰ্তমান যাত্ৰীসকলৰ সুবিধাৰ্থে ৰেল মন্ত্ৰালয় আৰু মহাৰাষ্ট্ৰ চৰকাৰে যাত্ৰী সকলক উপনগৰৰ ৰেলৰ দ্বাৰা ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হয়। ইয়াৰোপৰি,যাত্ৰী সকলক ৰেল ষ্টেচনলৈ দৌৰি নাযাবলৈ অনুৰোধ কৰা হৈছে ৷ যাত্ৰী সকলক বৰ্ডিং,ভ্ৰমণ আৰু গন্তব্যস্থানত COVID-19 সম্পৰ্কীয় সকলো নিয়ম মনাৰ লগতে অপাৰেটিং প্ৰক্ৰিয়া (এছ.ও.পি.) পালন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে মহাৰাষ্ট্ৰ চৰকাৰৰ দ্ধাৰা ।

অন্য এক খবৰৰ বাবে: দিল্লীত সৃষ্টি হোৱা পৰিস্থিতিৰ আঁৰত কোন জড়িত?

Last Updated : Jan 27, 2021, 10:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.