ETV Bharat / bharat

মহাৰাষ্ট্ৰ নিৰ্বাচনঃ পুনে জিলাৰ 21 টা সমষ্টিত 246 জন প্ৰাৰ্থী - মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন ৷ পুনে জিলাৰ 21 টা সমষ্টিত প্ৰাৰ্থীৰ ভিৰ ৷

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন
author img

By

Published : Oct 8, 2019, 2:43 PM IST

নিউজ ডেস্ক, 8 অক্টোবৰ: অহা 21 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচনত পুনে জিলাৰ 21 টা সমষ্টিত 246 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ নিৰ্বাচন আয়োগে জনোৱা মতে, এই সমষ্টি কেইটাত সৰ্বমুঠ 373 জন প্ৰাৰ্থীয়ে মনোনয়ন আগবঢ়াইছিল ৷ ইয়াৰে পৰা 127 জনে মনোনয়ন প্ৰত্যাহাৰ কৰে ৷

গতিকে সম্প্ৰতি 246 জন প্ৰাৰ্থীয়ে নিজ নিজ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ পুনে কেন্টনমেন্ট বিধানসভা সমষ্টিৰ পৰা সৰ্বাধিক 28 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ পুনেৰ বিধানসভা সমষ্টিকেইটাত সৰ্বমুঠ 7915 টা ভোটদান কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে, মহাৰাষ্ট্ৰত অহা 21 অক্টোবৰত ভোটদান আৰু 24 অক্টোবৰত ভোটগণনা সম্পন্ন হ'ব ৷

Intro:Body:

https://etvbharat.page.link/i11mh

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.