ETV Bharat / bharat

UAE ৰ পৰা 350 গৰাকী যাত্ৰী লৈ চেন্নাইত উপস্থিত দুখন বিমান - বিশেষ বিমান

এয়াৰ ইণ্ডিয়াৰ দুখন বিমানে ডুবাইৰ পৰা 350 গৰাকী যাত্ৰী UAE ৰ পৰা কঢ়িয়াই চেন্নাইত উপস্থিত হয় । এই লোক সকল ডুবাইত লক ডাউনৰ ফলত আৱদ্ধ হৈ আছিল ।

UAE ৰ পৰা 350 জন যাত্ৰী লৈ চেন্নাইত উপস্থিত দুখন বিমান

author img

By

Published : May 9, 2020, 2:25 PM IST

নিউজ ডেস্ক, 9 মে': শনিবাৰে দুখন বিশেষ বিমানে 350 গৰাকী যাত্ৰী সংযুক্ত আৰৱ এমিৰেট ৰ পৰা কঢ়িয়াই ভাৰতত উপস্থিত হয় ।

চেন্নাইৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত প্ৰথমখন বিমানে 182 গৰাকী যাত্ৰী কঢ়িয়াই ভাৰতত উপস্থিত হয় । আনহাতে পৰৱৰ্তী এয়াৰ ইণ্ডিয়াৰ IX540 - POB 177 বিমানখনে 177 গৰাকী যাত্ৰীৰ সৈতে একেটা বিমান বন্দৰত উপস্থিত হয় ।

এই লোকসকল লক্ ডাউনৰ ফলত ডুবাইত আৱদ্ধ হৈ আছিল । গৰ্ভাৱতী মহিলা, ছাত্ৰ আৰু বয়োজ্যেষ্ঠ লোক সকলক এই দুখন বিমানৰ জৰিয়তে উদ্ধাৰ কৰি নিজ দেশলৈ অনা হৈছে ।

সমূহ লোককে স্ক্ৰিনিং কৰি কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । এই উদ্ধাৰ অভিযান "বন্দে ভাৰত মিছন" অভিযানৰ অন্তৰ্গত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.