ETV Bharat / bharat

ওড়িশাত বিমান দুৰ্ঘটনা,নিহত ২ - 2 Killed As Trainer Aircraft Crashes In Odishas Dhenkanal

ওড়িশাৰ ধেংকানাল জিলা সোমবাৰ সংঘটিত হয় বিমান দুৰ্ঘটনা । ফলত নিহত হয় বিমান উৰাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা তামিলনাডুৰ এগৰাকী মহিলা পাইলটৰ উপৰিও প্ৰশিক্ষক হিচাপে থকা বিহাৰৰ সঞ্জীৱ ঝাহ নামৰ পাইলটজন ।

উৰিষ্যা
উৰিষ্যাত বিমান দুৰ্ঘটনা, নিহত ২
author img

By

Published : Jun 8, 2020, 2:51 PM IST

নিউজ ডেস্ক, ৮ জুনঃ সোমবাৰে পুৱা ওড়িশাত সংঘটিত হয় বিমান দুৰ্ঘটনা । ওড়িশাৰ ধেংকানাল জিলাত সংঘটিত হয় এই বিমান দুৰ্ঘটনা। যাৰ ফলত প্ৰশিক্ষণৰত এগৰাকী মহিলা পাইলটৰ মৃত্যু হোৱাৰ উপৰিও বিমানখনত প্ৰশিক্ষক হিচাপে থকা এজন ব্যক্তিৰ মৃত্যু হয়। বিমান দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰশিক্ষক গৰাকী বিহাৰৰ সঞ্জীৱ ঝাহ বুলি চিনাক্ত হোৱাৰ বিপৰীতে প্ৰশিক্ষৰত পাইলট গৰাকী তামিলনাডুৰ এনিছ ফাটিমা বুলি সদৰী কৰে ।

উৰিষ্যা
উৰিষ্যাত বিমান দুৰ্ঘটনা, নিহত ২

খবৰ অনুসৰি,ধেংকানাল জিলাৰ কংকাদাহদা আৰক্ষী থানাৰ অন্তৰ্গত বিৰশালাৰ আকাশপথত বিমান উৰুৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সময়তে প্ৰশিক্ষণৰত পাইলট গৰাকীয়ে বিমানখন মাটি স্পৰ্শ কৰে । আৰু তাৰ পাচতে বিমানখন টেকঅফ কৰিবলৈ লোৱা কিছু সময় পাচতে দুৰ্ঘটনাগ্ৰস্ত হয় ।

উৰিষ্যা
উৰিষ্যাত বিমান দুৰ্ঘটনা, নিহত ২

লগতে চাওকঃ 75 দিনৰ অন্তত হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.