ETV Bharat / bharat

অযোগ্য ঘোষণা কৰা বিধায়ক দ্বাৰস্থ হ’ব উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jul 28, 2019, 5:38 PM IST

এতিয়াও অন্ত পৰা নাই হাই-ভল্টেজ কৰ্ণাটকৰ ৰাজনৈতিক ড্ৰামা ৷ দেওবাৰে ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা 14গৰাকী বিধায়ক দ্বাৰস্থ হ’ব উচ্চতম ন্যায়ালয়ৰ ৷

অযোগ্য ঘোষণা কৰা বিধায়ক দ্বাৰস্থ হ’ব উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, 28 জুলাইঃ দেওবাৰে কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা 14গৰাকী বিধায়ক দ্বাৰস্থ হ’ব উচ্চতম ন্যায়ালয়ৰ ৷ বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ পাচতেই বিধায়ককেইজনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৰ্তমানলৈকে বিধানসভাৰ পৰা বৰ্খাস্ত হোৱা বিধায়কৰ মুঠ সংখ্যা 17 গৰাকী ৷

সোমবাৰে মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাই বিধানসভাত বহুমত প্ৰমাণ কৰিব লাগিব। সোমবাৰে কৰ্ণাটকৰ নৱনিৰ্বাচিত বি এছ য়েদেয়ুৰাপ্পা চৰকাৰখন আস্থাভোটৰ সন্মুখীন হ’ব ৷ সংখ্যাগৰিষ্ঠ দল হবলৈ হলে য়েদেয়ুৰাপ্পা চৰকাৰখনক দৰকাৰ হ’ব 106 খন আসনৰ ৷ উল্লেখ্য যে, কংগ্ৰেছ-জেডিএছৰ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হোৱাৰ পিছতে কৰ্ণাটকত নতুন চৰকাৰ গঠন কৰিছিল বিজেপিয়ে।

Intro:Body:

as

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.