ETV Bharat / bharat

আৰোগ্য সেঁতু এপ ব্যৱহাৰকাৰীৰ ১৩ হাজাৰ জনেই কোভিড-১৯ পজিটিভ

ইলেকট্ৰনিকছ আৰু ইনফৰমেশ্বন টেকন'লজি মন্ত্ৰালয়ৰ সচিব অজয় প্ৰকাশ চাহানেই প্ৰকাশ কৰা অনুসৰি, আৰোগ্য সেঁতু ব্যৱহাৰকাৰী ১৩,০০০ জন কোভিড-১৯ আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।

আৰোগ্য সেঁতু এপ ব্যৱহাৰকাৰী
আৰোগ্য সেঁতু এপ ব্যৱহাৰকাৰী
author img

By

Published : May 12, 2020, 12:10 AM IST

নিউজ ডেস্ক, ১১ মে' : আৰোগ্য সেঁতু এপ ব্যৱহাৰকাৰীসকৰ মাজত ১৩হাজাৰ গৰাকীয়ে কোভিড-১৯ আক্ৰান্ত । এই কথা প্ৰকাশ কৰিছে ইলেকট্ৰনিকছ আৰু ইনফৰমেশ্বন টেকন'লজি মন্ত্ৰালয়ৰ সচিব অজয় প্ৰকাশ চাহানেই ।

উল্লেখ্যযোগ্য যে, এই এপটো দেশৰ ৯.৮ কোটি লোকে ডাউনলোড কৰিছে । আৰোগ্য় সেঁতু এপটোৰ দ্বাৰা জনতাক কোভিড-১৯ ৰ বিৰুদ্ধে সজাগ আৰু প্ৰতিকাৰমূলক ব্যৱস্থাৰ বিষয়ে জ্ঞাত কৰাবলৈ বিছৰা হৈছে । আনহাতে এই এপৰ দ্বাৰা ৰাইজৰ স্বাস্থ্যৰ সকলো দিশ চৰকাৰে শীঘ্ৰেই গম পাবলৈ সক্ষম হয় । ভাৰতৰ কোভিড-১৯ বিৰোধী যুঁজখনত এই এপটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি সচিবগৰাকীয়ে উল্লেখ কৰে ।

শেহতীয়াকৈ এপটোত উপলব্ধ হোৱা ডাটাৰ পৰা এইটো পোহৰলৈ আহিছে যে, এই এপ ব্যৱহাৰকাৰীসকলৰ মাজৰ ১৩হাজাৰ গৰাকী ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হৈছে ।

লগতে পঢ়কঃ কোভিড-১৯ৰ ফলত মৃত্যু হোৱাসকলৰ মৰনোত্তৰ পৰীক্ষা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.