ETV Bharat / bharat

আইএনএছ শিৱাজীৰ ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা পজিটিভ - নাৱিকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি

ভাৰতীয় নৌসেনাৰ এক সূত্ৰই সদৰী কৰা মতে,মহাৰাষ্ট্ৰৰ লোনাৱালাস্থিত ভাৰতীয় নৌসেনা বাহিনীৰ অন্যতম প্ৰধান প্ৰশিক্ষণ প্ৰতিষ্ঠান আইএনএছ শিৱাজীৰ কমেও ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে ।

আইএনএছ শিৱাজীৰ ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা পজিটিভ

author img

By

Published : Jun 24, 2020, 12:58 PM IST

নেশ্যনেল ডেস্ক, ২৪ জুন : মহাৰাষ্ট্ৰৰ লোনাৱালাস্থিত ভাৰতীয় নৌসেনা বাহিনীৰ অন্যতম প্ৰধান প্ৰশিক্ষণ প্ৰতিষ্ঠান আইএনএছ শিৱাজীৰ কমেও ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে । ভাৰতীয় নৌসেনাৰ এক সূত্ৰই সদৰী কৰে এই কথা ।

আইএনএছ শিৱাজীৰ ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা পজিটিভ
আইএনএছ শিৱাজীৰ ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা পজিটিভ

উল্লেখ্য যে,প্ৰথমটো উপস্থিতি ১৮ জুনত পোৱা গৈছিল আৰু এই সংক্ৰমিত কেডেট গৰাকী ১৫৭ প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ মাজৰ এগৰাকী আছিল,যিয়ে চলিত মাহৰ আৰম্ভণিতে লক ডাউনৰ শিথিলৰ পিছতেই পুনৰ প্ৰতিষ্ঠানলৈ অহাৰ কথা অৱগত কৰিছিল । মঙলবাৰে নৌসেনাই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ পায় ।

উক্ত গোটৰ আন এজন প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ কোৱাৰেণ্টাইনৰ সময়ছোৱাত তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ পোৱা গৈছিল আৰু ১৮ জুনত শ্বাৱ পৰীক্ষাৰ অন্তত তেওঁৰ দেহত কৰণা ভাইৰাছৰ উপস্থিতি থকা বুলি জানিব পৰা গৈছে । সেই অনুসাৰে, প্ৰতিষ্ঠানটিত থকী সকলো প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকে কোভিড-১৯ৰ বিৰুদ্ধে সজাগতা অৱলম্বন কৰিছে ।

লগতে পঢ়ক : বিদ্যুৎ সংযোগ নাই,কিন্তু গ্ৰাহকলৈ আহিল বিদ্যুতৰ বিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.