ETV Bharat / bharat

104 তম পুলিৎজাৰ বঁটা ঘোষণাঃ তিনিজন ভাৰতীয়লৈ সন্মান

আমেৰিকাৰ সৰ্ববৃহৎ সাংবাদিকতাৰ বঁটা পুলিৎজাৰ বঁটা প্ৰদান কৰা হল ৷ 15 টা শিতানত এই বঁটা প্ৰদান কৰা হৈছে ৷ তিনি গৰাকী ভাৰতীয়ই লাভ কৰিছে এই সন্মান ৷

104th Pulitzer Prizes announced, 3 Indians among winners
104 তম পুলিৎজাৰ বঁটা ঘোষণা
author img

By

Published : May 5, 2020, 2:07 PM IST

Updated : May 5, 2020, 3:21 PM IST

নিউজ ডেস্ক, 5 মে' : কলাম্বীয়া বিশ্ববিদ্যালয়য়ে সোমবাৰে বিশ্বৰ 15 গৰাকী সাংবাদিকৰ লগতে 7 খন গ্ৰন্থক পুলিৎজাৰ সন্মানৰে সন্মানিত কৰে ৷

চাঁও আহক কোনে-কোনে লাভ কৰিলে 2020 চনৰ পুলিৎজাৰ বঁটা-

ব্ৰেকিং নিউজৰ শিতান : কোৰিয়াৰ জাৰ্নেলৰ লুইছভিল কেয় ৷ কেনটাকিৰ ৰাজ্যপাল গৰাকীয়ে শেষ সময়ছোৱাত কিদৰে বৰ্ণগত বৈষম্য, আইনী প্ৰক্ৰিয়া উলংঘা কৰিছিল সেই সকলোবোৰ শুদ্ধভাবে পৰিবেশন কৰাৰ বাবে সাংবাদিক গৰাকীক এই বঁটা প্ৰদান কৰা হয় ৷

অনুসন্ধানমূলক বাতৰিৰ শিতান : "দ্য নিউয়ৰ্ক টাইমছ"ৰ ব্ৰায়ান এম ৰোজেনথাল ৷ নিউয়ৰ্ক চহৰৰ টেক্সী চালক সকলৰ জীৱন সংগ্ৰামৰ এটা অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত চলিত বৰ্ষত সাংবাদিক গৰাকীয়ে এই বঁটাৰে সন্মানিত হয় ৷

বাখ্যামুলক বাতৰিৰ শিতান : "দ্য ৱাছিংটন পোষ্ট"ৰ বাতৰি কাকত খনৰ এগৰাকী সাংবাদিকে বাখ্যামুলক শিতানত এই সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷ সাংবাদিকগৰাকীয়ে গাম্যঞ্চলৰ বাতৰি পৰিৱেশন কৰাৰ বাবে এই বঁটা লাভ কৰে ৷ এই বাতৰিত বিজ্ঞানৰ প্ৰভাৱত গাম্যঞ্চলত অত্যাধিক তাপমাত্ৰ বৃদ্ধি হৈ থকাৰ ফলত পৰা বিৰূপ প্ৰভাৱৰ বাবে সৃষ্টি হোৱা অশনি সংকেতৰ বাতৰি বিস্তৃতভাবে পৰিবেশন কৰাৰ বাবে তেঁওক এই সন্মানৰে সন্মানিত কৰা হৈছে ৷

স্থানীয় বাতৰিৰ শিতানত : "বাল্টীমোৰ চন" কাকতখনৰ এগৰাকী সাংবাদিকে চহৰৰ মেয়ৰ আৰু চিকিৎসালয়ৰ মাজত থকা বিত্তীয় সংযোগ আদিৰ এটা প্ৰভাৱশালী বাতৰিৰ বাবে এই সন্মানৰে সন্মানিত কৰা হৈছে ৷

নেশ্ব'নেল বাতৰিৰ শিতান : "দ্য ক্ৰিছিয়েন মিলৰ" ৰ মেগন ৰোজ আৰু "পোপবিল্লিকা" কাকতখনৰ ৰাবত ফেটেচীয়ে এই সন্মান বুটলিবলৈ সক্ষম হৈছে ৷ আমেৰিকাৰ এটা ভয়ংকৰ নাঁও দুৰ্ঘটনাৰ বাতৰিৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, এই শিতানত "দমিনিক গ্ৰেটছ" ৰ ষ্টীৱ মিলিটিছ আৰু মাইক বেকেৰ আৰু " দ্য চিয়েটেল টাইমছৰ " লুইছ ক্লাম্বক এই সন্মান প্ৰদান কৰা হয় ৷ এটা দুৰ্ঘটনাত মৃত্যু হোৱা দুজন লোকৰ নিৰীক্ষণত চৰকাৰৰ বিফলতাৰ বাতৰি পৰিবেশন কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷

আন্ত:ৰাষ্ট্ৰীয় বাতৰিৰ শিতান : "দ্য নিউয়ৰ্ক টাইমছ" ৰ এগৰাকী সাংবাদিকে ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰতি ভ্ৰালদিমিৰ পুতিনৰ শাসনকালৰ ভৱিষ্যতবাণী কৰি বহু কেইটা কাহিনী সংযোজন কৰি যুগুতোৱা বাতৰিৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷

ফিচাৰ বাতৰিৰ শিতান : "দ্য নিউয়ৰ্ক টাইমছ" ৰ বেন তৌব নামৰ এগৰাকী সাংবাদিকক প্ৰদান কৰা হয় এই সন্মান ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গুয়ান্তানামৰ এটা অঞ্চলত বে-আইনী ভাবে এটা দশকৰ পৰা চলি থকা সন্ত্ৰাস, ধৰ্ষন অপহৰণ চলাই থকা এটা সন্ত্ৰাসবাদী সংগঠনৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷

ভাষ্যমূলক বাতৰিৰ শিতান : "দ্য নিউয়ৰ্ক টাইমছ" ৰ হান্না জোনস নামৰ সাংবাদিক গৰাকীয়ে আমেৰিকাত আফ্ৰিকান সকলে কটোৱা দাসত্ব জীৱনৰ ভয়ংকৰ বিৱৰণ গল্প আকাৰত প্ৰকাশ কৰাৰ বাবে তেওঁক এই সন্মানৰে সন্মানিত কৰা হয় ৷

সমালোচনামুলক বাতৰিৰ শিতান : " দ্য লচ আয়েঞ্জল টাইমছ" ৰ ষ্টিটেফাৰ নাইট নামৰ সাংবাদিক গৰাকীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ এল এ কাউন্টি মিউজিয়াম অফ আৰ্টৰ সমালোচনা মুলক বাতৰি পৰিৱেশন কৰাৰ বাবে তেঁওক এই সন্মান প্ৰদান কৰা হয় ৷

সম্পাদকীয় লেখনিৰ শিতান : " পিলিষ্টিন " কাকতখনৰ জেফৰি গোৰিত নামৰ সাংবাদিকজনে এই সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷ টেস্কিস কাউন্টি জে'লৰ ভিতৰত আৱদ্ধ হোৱা কাৰাবন্দী সকলৰ ওপৰত লেখা এটা লেখনিৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছিল ৷ যত সাংবাদিক গৰাকীয়ে আৰক্ষী আৰু ন্যায়িক ব্যৱস্থাক সুন্দৰভাবে উপস্থাপন কৰিছিল ৷

সম্পাদকীয় কাৰ্টুনৰ শিতান : "দ্য নিউয়ৰ্ক টাইমছ" ৰ ব্যায়ৰি বিল্টক এই সন্মান প্ৰদৰ্শন কৰা হয় ৷ হোৱাই হাউছত ব্যৱহাৰ কৰা ষ্ট্ৰাম্পৰ প্ৰতিচ্ছবিৰ অংকন কৰা কাৰ্টুনৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷

ব্ৰেকিং নিউজ ফটোগ্ৰাফীৰ শিতান : "ৰয়ট্ৰেৰছ" কৰ্মচাৰীক এই সন্মান প্ৰদান কৰা হয় ৷ চীনৰ হংকং চহৰত নাগৰিক সকলে স্বাধীনতাৰ দাবীত প্ৰতিবাদ কৰাৰ সময়ত সংগ্ৰহ কৰা এখন আলোকচিত্ৰৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷

ফিচাৰ ফটোগ্ৰাফীৰ শিতান : এই শিতানত তিনিজন ভাৰতীয়ই এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ চান্নি আনন্দ, মুখতাৰ খান আৰু দাৰ য়াছিনে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতীয় সকলে কাশ্মীৰত স্বাধীনতা বিচাৰি প্ৰতিবাদ কৰাৰ সময়ত তোলা আলোকচিত্ৰৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷

অডি'অ সাংবাদিকতাৰ শিতান : " দ্য লচ আয়েঞ্জল টাইমছ" ৰ মলি ওৱটুল আৰু ফ্ৰিলান্সাৰ এমিলি গ্ৰিন সহ আমেৰিকাৰ কৰ্মীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷

"দ্য আউট ক্ৰডৰ " ৰেফিলিটাৰৰ সময়ত সাংবাদিকৰ সৈতে ডনাল্ড ট্ৰাম্পৰ এক কথোপকথনৰ বাবে এই বঁটা প্ৰদান কৰা হয় ৷

সাৰ্বজনীক সেৱাৰ শিতান : অলস্কাৰ এখন গাঁৱত প্ৰশাসনৰ কোনো ধৰণৰ নিৰাপত্তা নথকাৰ বাতৰি সংগ্ৰহ কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হয় ৷

উল্লেখযোগ্য যে, 1917 চনৰ পৰা আমেৰিকাৰ সৰ্বশ্ৰেষ্ঠ পুলিৎজাৰ বঁটা প্ৰদান কৰি অহা হৈছে ৷

লগতে পঢ়ক: কাশ্মীৰত 6 খনকৈ গাঁও "ৰেড জ'ন" হিচাপে চিনাক্ত

Last Updated : May 5, 2020, 3:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.