ETV Bharat / bharat

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Sep 9, 2020, 1:04 PM IST

শিশু নিৰ্যাতনত অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক নিলম্বন

এগৰাকী 12 বছৰীয়া কিশোৰক শুই থকা অৱস্থাত দেহত গৰম পানী ঢালি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত মিতালী কোঁৱৰক নিলম্বন ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

সমগ্ৰ বিশ্বতে 2,77,22,242 তকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ সংখ্যা ৷ অৱশ্যে এই পৰ্যন্ত 1,98,12,247 গৰাকীতকৈয়ো অধিক লোক আৰোগ্য হৈ উঠিছে কৰ'ণা মহামাৰীৰ কৱলৰ পৰা ৷

বিজেপি নেতাৰ দম্ভালি : চৰকাৰে দৰমহা দিছে, চৰকাৰৰ মতেই চলিব লাগিব কৰ্মচাৰী

ৰকিবুল হুছেইনৰ সমষ্টিত বিজেপি নেতাৰ দম্ভালি ৷ চৰকাৰী আঁচনিত কংগ্ৰেছীৰ নাম বেছি থাকিলে প্ৰ-পত্ৰ ফালি পেলোৱাৰ ভাবুকি ৷ চৰকাৰী কৰ্মচাৰীৰ প্ৰতিও কটু মন্তব্য নেতাগৰাকীৰ ৷

বেকী নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে কলগাছিয়াৰ খাৰবাল্লীত

খাৰবাল্লীত বানৰ পাচত এতিয়া কালৰূপ ধাৰণ কৰিছে বেকী নৈৰ খহনীয়াই ৷ মাত্ৰ 10 দিনৰ ভিতৰতে উচন হ'ল 15 টা পৰিয়ালৰ আশ্ৰয়স্থল ৷

জন্মাষ্টমী উপলক্ষে শতকোটি নমন ত্ৰি-জগতৰ পতিগৰাকীলৈ

আজি আকাশে-বতাহে বিয়পি পৰিব হৰি নামৰ অমিয়া ধ্বনি ৷ কিয়নো আজি কৃষ্ণ জন্মাষ্টমী ৷ কৃষ্ণ জন্মাষ্টমী উপলক্ষে অসমৰ ভিন্ন প্ৰান্তৰ নামঘৰ সমূহ আজি মুখৰিত হৈ পৰিব কৃষ্ণৰ গুণানুকীৰ্তনেৰে ৷

ক’লাজলত আটক চিলনী চোৰ

আৰক্ষীৰ জালত পৰিল দীৰ্ঘদিন ধৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ত্ৰাসৰ সৃষ্টি কৰা দুই চিলনী চোৰ ৷ ৰাইজৰ সহযোগত কমলপুৰ আৰক্ষীয়ে আটক কৰিছে চোৰ দুটাক ৷

মৰিগাঁৱত আধাৰ কাৰ্ড সংগ্ৰহৰ নামত ভংগ COVID প্ৰট'কল

মৰিগাঁৱৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে ৰাইজৰ লানি নিছিগা সোঁত ৷ COVID-19 ৰ প্ৰট'কল ভংগ কৰি পৰিলক্ষিত হোৱা লোকসকলৰ মাজত চলিছে আধাৰ কাৰ্ড সংগ্ৰহৰ নামত এক অঘোষিত প্ৰতিযোগিতা ৷

‘কা’ বাতিলৰ দাবীৰে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদ

টিংখাঙত ‘কা’ বিৰোধী ঐক্য মঞ্চৰ উদোগত মানৱ শৃংখল ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত মানৱ শৃংখল কাৰ্যসূচী ৷ ‘কা’ বাতিল নকৰা পৰ্যন্ত আন্দোলন আৰু অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে মানৱ শৃংখলৰ উদ্যোক্তা ‘কা’ বিৰোধী ঐক্য মঞ্চই ।

ইৰানিয়ান বৈদেশিক মন্ত্ৰীৰে সাক্ষাৎ এছ. জয়শংকৰৰ

মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে ইৰানিয়ান বৈদেশিক মন্ত্ৰী জাভেদ জাৰিফক তেহৰাণত সাক্ষাৎ কৰে ৷

গ্ৰেপ্তাৰ হ'ল ৰিয়া চক্ৰৱৰ্তী !

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুয়ে 85 দিন অতিক্ৰম কৰিছে ৷ এই ঘটনাৰ তদন্তক কেন্দ্ৰ কৰি মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ মাজত সংঘাতো পৰিলক্ষিত হৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.