ETV Bharat / bharat

মিজোৰামত বৃহৎ পৰিমাণৰ অশ্বগন্ধা জব্দ

author img

By

Published : Mar 22, 2021, 3:17 PM IST

মিজোৰামৰ লুংগলেই অঞ্চলত অভিযান চলাই 2028 কিল’গ্ৰাম অশ্বগন্ধা জব্দ কৰিবলৈ সক্ষম হয় অসম ৰাইফলছে ৷ জব্দ কৰা অশ্বগন্ধাখিনিৰ বজাৰ মূল্য 1,21,68,000 টকা হ‘ব বুলি অনুমান কৰা হৈছে ৷

Assam Rifles recovers Ginseng in Mizoram
মিজোৰামত বৃহৎ পৰিমাণৰ অশ্বগন্ধা জব্দ

আইজল,22 মাৰ্চ: মিজোৰামত আৰক্ষীৰ সমান্তৰালকৈ অসম ৰাইফলছে ধাৰাবাহিক অভিযান চলাই আহিছে ৷ বিভিন্ন সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে চলিছে এই অভিযান ৷ সোমবাৰে অসম ৰাইফলছৰ লুংগলেই বেটেলিয়নে লুংগলেইত অভিযান চলাই 2028 কিল’গ্ৰাম অশ্বগন্ধা জব্দ কৰিবলৈ সক্ষম হয় ৷

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অসম ৰাইফলছৰ দলে চলাইছিল এই অভিযান ৷ অভিযানকাৰী দলটোৱে জব্দ কৰা অশ্বগন্ধাখিনিৰ বজাৰ মূল্য 1,21,68,000 টকা হ‘ব বুলি শুল্ক বিভাগে অনুমান প্ৰকাশ কৰিছে ৷ ইতিমধ্যে অভিযানকাৰী দলে ঘটনাৰ লগত জড়িত 3 জন অভিযুক্তক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: কৰিমগঞ্জত নতুনকৈ ধৰা পৰিছে এগৰাকী কৰ’ণা পজিটিভ ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.