ETV Bharat / bharat

Assam Rifles raid against drugs : মণিপুৰত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ - অব্যাহত অসম ৰাইফলছৰ ড্ৰাগছ বিৰোধী অভিযান

অসম ৰাইফলছে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান (Assam Rifles raid against drugs) । বিশেষকৈ অসম-মণিপুৰ সীমান্তত চলা অভিযানত চলিত সপ্তাহত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট জব্দ কৰিছে অসম ৰাইফলছে ।

Assam Rifles raid against drugs
মণিপুৰত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
author img

By

Published : Nov 27, 2021, 1:53 PM IST

নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ : অসমৰ সমান্তৰালকৈ উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যত ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । শেহতীয়াকৈ মণিপুৰত অসম ৰাইফলছে তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান(Assam Rifles raid against drugs) । বিশেষকৈ অসম-মণিপুৰ সীমান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে অসম ৰাইফলছে । তেনে এক অভিযানৰ মাজতে বৃহৎ সফলতা লাভ কৰে অসম ৰাইফলছে ।

শেহতীয়াকৈ মণিপুৰৰ টেংনুপাল জিলাত অসম ৰাইফলছে ড্ৰাগছ বিৰোধী অভিযান চলায় (Assam Rifles raid against drugs at Tengnoupal) । এই অভিযানতে প্ৰায় ১.২০ কোটি টকাৰ নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰে অসম ৰাইফলছে । অসম ৰাইফলছে টুইটযোগে এই অভিযানৰ সফলতাৰ বিষয়ে প্ৰকাশ কৰিছে ।

ইফালে ২৫ নৱেম্বৰত আন এক অভিযানৰ মাজতে অসম ৰাইফলছে মণিপুৰৰ সেনাপতি জিলাৰ পৰাও বৃহৎ সংখ্যক নিচাজাতীয় টেবলেট জব্দ কৰে । জানিব পৰা মতে জিলাখনৰ টাডুবি গাঁৱত চলা অভিযানত অসম ৰাইফলছে প্ৰায় ৩ কোটি টকাৰ ৯৫ হাজাৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Heroin seized at ISBT Guwahati : বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক 2

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.