ETV Bharat / bharat

বাৰামুলাৰ উৰীত অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ - Case filed in Uri PS

হাথলাঙ্গা উৰীত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ । এই তথ্য় সদৰি কৰিছে আৰক্ষীৰ এজন মুখপাত্ৰই । উক্ত অভিযানত এটা একে ৪৭ ৰাইফল, এটা মেগজিন আৰু একে ৪৭ৰ বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ কৰা হৈছে(Arms recovered in Baramulla)।

Arms recovered in Baramulla
বাৰামুলাৰ উৰীত অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ
author img

By

Published : Sep 17, 2022, 9:42 PM IST

নেশ্য়নেল ডেস্ক, ১৭ছেপ্টেম্বৰ: বাৰামুলা আৰক্ষী আৰু সেনাৰ যুটীয়া দল এটাই শনিবাৰে উৰীৰ সমীপত হাথলাঙ্গা নাল্লাকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত (Baramulla Police Army launched search operation) তালাচী অভিযান চলায় । আৰক্ষীৰ এজন মুখপাত্ৰই এই সন্দৰ্ভত উল্লেখ কৰি কয় যে আৰক্ষী আৰু সেনাৰ যুটীয়া দলটোৱে হাথলাঙ্গা উৰীত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ মুখপাত্ৰগৰাকীয়ে কয়, 'হাথলাঙ্গা উৰিৰ এলেকাত সন্ত্ৰাসবাদীৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ থকাৰ সম্পৰ্কে চোৰাংচোৱাৰ পৰা তথ্য় লাভ কৰাৰ পিছতেই বাৰামুলা আৰক্ষী আৰু সেনাৰ ৩ ৰাজপুতৰ যুটীয়া এটা দলে শনিবাৰে পুৱতি নিশা অভিযান চলায় ।' তেওঁ পুনৰ কয় যে উক্ত অভিযানত এটা একে ৪৭ ৰাইফল,এটা একে মেগজিন আৰু একে ৪৭ৰ বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ কৰা হৈছে । ইতিমধ্য়ে ভাৰতীয় অস্ত্ৰ আইনৰ অধীনত(Case registered under Indian Arms Act) উৰী আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা (Arms related Case filed in Uri PS) হৈছে ।

লগতে পঢ়ক:ত্ৰিপুৰাত আইন-শৃংখলা পৰিস্থিতি পুনৰুদ্ধাৰৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.