ETV Bharat / bharat

কোভাক্সিন মানৱ পৰীক্ষণৰ বাবে আগবাঢ়ি আহিল এইমছৰ চিকিৎসক - human trial of covaxin

কোভাক্সিনৰ মানৱ পৰীক্ষণৰ 3টা পৰ্যায়ৰ অসফল প্ৰচেষ্টাৰ পাচত এইমছৰ চিকিৎসকসকলে নিজে নিজৰ দেহত ভেকচিন পৰীক্ষা কৰাৰ বাবে আগবাঢ়ি আহিছে ৷ দিল্লী এইমছৰ গেৰিয়েত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ড৹ বিজয় কুমাৰ গুৰজাৰে মঙলবাৰে প্ৰথম বাৰৰ বাবে কোভাক্সিন গ্ৰহণ কৰি সকলোকে এই যাত্ৰাৰ সহযাত্ৰী হ'বলৈ আহ্বান জনাইছে ৷

aiims doctor vollenteer and took first shot of made in india cavaccine and appealed the masses to be a part of the final stage human trial of the vaccine at aiims
কোভাক্সিন মানৱ পৰীক্ষণৰ বাবে আগবাঢ়ি আহিল এইমছৰ চিকিৎসক
author img

By

Published : Dec 30, 2020, 10:42 AM IST

নতুন দিল্লী, 30 ডিচেম্বৰ: এইমছৰ দ্বাৰা স্বতন্ত্ৰভাৱে নিৰ্মিত কোভাক্সিনৰ মানৱ পৰীক্ষণৰ 3 পৰ্যায়ৰ অসফল প্ৰচেষ্টাৰ পাচত এইবাৰ এইমছৰ চিকিৎসকসকলে নিজে নিজৰ দেহত ভেকচিনটো পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিছে ৷ চিকিৎসকসকলে কোভাক্সিনৰ কোনো পাৰ্শ্বক্ৰিয়া নাই বুলি লোকসকলক সজাগ কৰাৰ উদ্দেশ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে,কিয়নো কোভাক্সিন গ্ৰহণৰ বাবে 1500 গৰাকী লোকে নিজৰ নাম পঞ্জীয়ন কৰাৰ পাচত মাত্ৰ 500 গৰাকী লোকেহে এই ভেকচিন গ্ৰহণ কৰিছিল ৷

aiims doctor vollenteer and took first shot of made in india cavaccine and appealed the masses to be a part of the final stage human trial of the vaccine at aiims
কোভাক্সিন মানৱ পৰীক্ষণৰ বাবে আগবাঢ়ি আহিল এইমছৰ চিকিৎসক

মডিৰ্না আৰু ফাইজাৰৰ পাচত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু ভাৰত বায়োটেক্চৰ যুটীয়া সহযোগত ভাৰতত অতি সোনকালে কোভাক্সিন উপলব্ধ হোৱাৰ আশা প্ৰকাশ কৰিছে ৷ বৰ্তমান দিল্লীৰ এইমছত কোভাক্সিন অন্তিম পৰ্যায়ৰ পৰীক্ষণ চলি আছে ৷ চিকিৎসকসকলৰ ভিতৰত দিল্লী এইমছৰ গেৰিয়েত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ড৹ বিজয় কুমাৰ গুৰজাৰে মঙলবাৰে প্ৰথম বাৰৰ বাবে কোভাক্সিন গ্ৰহণ কৰে ৷ কোভাক্সিন গ্ৰহণ কৰিয়েই মানৱ পৰীক্ষণৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাই কয় যে,কোভাক্সিন সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু পাৰ্শ্বক্ৰিয়াহীন ৷ সকলোৱে এই যাত্ৰাৰ সহযাত্ৰী হওক,ই মানৱ জাতিক লাভান্বিত কৰিব ৷ পৰীক্ষণৰ বাবে মাত্ৰ 3 মি.লি তেজৰহে প্ৰয়োজন হ'ব আৰু এই পৰীক্ষণ সম্পূৰ্ণৰূপে বিনামূলীয়া ৷

লগতে পঢ়ক: নতুন বছৰত দেশবাসীৰ বাবে ভাল খবৰ, পিচে ভাল খবৰটো কি?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.