ETV Bharat / bharat

প্ৰিয়ংকা গান্ধীৰ ছাহাৰণপুৰ ভ্ৰমণঃ জিলাখনত ১৪৪ ধাৰা জাৰি - ছাহাৰণপুৰত ১৪৪ ধাৰা জাৰি

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ ছাহাৰণপুৰ ভ্ৰমণৰ সময়তে জিলা প্ৰশাসনে জাৰি কৰিলে ১৪৪ ধাৰা । COVID-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ, হিংসাত্মক কাৰ্যকলাপ সংঘটিত হোৱাৰ আশংকাত জিলা প্ৰশাসনে ছাহাৰণপুৰত ১৪৪ ধাৰা জাৰি কৰে ।

ছাহাৰণপুৰত ১৪৪ ধাৰা জাৰি
ছাহাৰণপুৰত ১৪৪ ধাৰা জাৰি
author img

By

Published : Feb 10, 2021, 6:37 PM IST

নেশ্যনেল ডেস্ক, ১০ ফেব্ৰুৱাৰী: বুধবাৰে উত্তৰ প্ৰদেশৰ ছাহাৰণপুৰত অনুষ্ঠিত কিষাণ পঞ্চায়তত অংশগ্ৰহণৰ বাবে জিলাখনত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা । কংগ্ৰেছ নেত্ৰীগৰাকীৰ আগমণৰ দিনাই ছাহাৰণপুৰত ১৪৪ ধাৰা জাৰি কৰিলে জিলা প্ৰশাসনে । ছাহাৰণপুৰৰ জিলা দণ্ডাধীশে বিভিন্ন কাৰণ দৰ্শাই ১৪৪ ধাৰা জাৰি কৰে ।

আগন্তুক উৎসৱ, COVID-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰা আৰু ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে । অহা ৫ এপ্ৰিললৈকে সান্ধ্য আইন জাৰি কৰা হৈছে । আনহাতে, প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বুধবাৰে পুৱা ডেৰাডুনত উপস্থিত হয় আৰু ইয়াৰ পিছতে ছাহাৰণপুৰ অভিমুখে যাত্ৰা কৰে । তেওঁ প্ৰথমে কিষাণ পঞ্চায়তত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁ শকুম্বাৰী দেৱীৰ মন্দিৰত সেৱা জনায় ।

লগতে পঢ়ক:মূল্য়বৃদ্ধিৰ প্ৰতিবাদত ৭ ঘন্টীয়া ওড়িশা বন্ধৰ আহ্বান কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.