ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত বিৰূপ মন্তব্য কৰি বিপদত ত্ৰিপুৰাৰ যুৱক - ত্ৰিপুৰা আৰক্ষী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰাৰ অভিযোগত এইবাৰ আৰক্ষীৰ ৰোষত ত্ৰিপুৰাৰ যুৱক ৷ যুৱক জনৰ নাম জন চৌধুৰী বুলি জানিব পৰা গৈছে ৷

agartala youth booked for objectionable remarks against pm modi
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত বিৰূপ মন্তব্য কৰি বিপদত ত্ৰিপুৰাৰ যুৱক
author img

By

Published : Feb 9, 2021, 6:42 PM IST

নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰাৰ অভিযোগত এইবাৰ আৰক্ষীৰ ৰোষত পৰিছে ত্ৰিপুৰাৰ এজন যুৱক ৷ ত্ৰিপুৰাৰ বিজেপি যুৱ মৰ্চাৰ নেতা অমিতাভ ভট্টাচাৰ্য্যই দাখিল কৰা এখন এজাহাৰৰ ভিত্তিতে ত্ৰিপুৰা আৰক্ষীয়ে জন চৌধুৰী নামৰ এজন যুৱকৰ বিৰুদ্ধে আগৰতলা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে গোৱাৰ এজন লোকেও সামাজিক মাধ্যমত নৰেন্দ্ৰ মোদীক ধনৰ বিনিময়ত হত্যাৰ ভাবুকি দি আৰক্ষীৰ হাতত আটক হৈছিল ।

লগতে পঢ়ক: বিলুপ্তিৰ দিশে নগাঁৱৰ এখন বিদ্যালয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.