ETV Bharat / bharat

শচীন তেণ্ডুলকাৰৰ পাছতে ক'ভিড-19 ত আক্ৰান্ত ইউছুফ পাঠান

শচীন তেণ্ডুলকাৰ ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ পাছতে এইবাৰ ক্ৰিকেটাৰ ইউছুফ পাঠান ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ দুয়োগৰাকীয়েই শেহতীয়াকৈ সমাপ্ত হোৱা ৰোড-চেফটি ৱৰ্ল্ড চিৰিজ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল ৷

author img

By

Published : Mar 28, 2021, 8:23 AM IST

After Sachin Tendulkar, Yusuf Pathan tests positive for COVID-19
শচীন তেণ্ডুলকাৰৰ পাছতে ক'ভিড-19 ত আক্ৰান্ত ইউছুফ পাঠান

নেচনেল ডেস্ক,28 মাৰ্চ: শচীন তেণ্ডুলকাৰৰ পাছতে ভাৰতীয় ক্ৰিকেটাৰ ইউছুফ পাঠান ক'ভিড-19 ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ টুইটাৰযোগে ইউচুফে এই কথা জনাইছে ৷ তেওঁ জানিবলৈ দিয়া মতে তেওঁৰ শৰীৰত ক'ভিড-19 ৰ সামান্য লক্ষ্যণে দেখা দিছে ৷

  • I've tested positive for COVID-19 today with mild symptoms. Post the confirmation, I have quarantined myself at home and taking all the necessary precautions and medication required.

    I would request those who came in contact with me to get themselves tested at the earliest.

    — Yusuf Pathan (@iamyusufpathan) March 27, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, তেণ্ডুলকাৰ আৰু পাঠান দুয়োগৰাকীয়ে শেহতীয়াকৈ সমাপ্ত হোৱা ৰোড-চেফটি ৱৰ্ল্ড চিৰিজ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: COVID-১৯ত আক্ৰান্ত অভিনেতা পৰেশ ৰাৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.