ETV Bharat / bharat

দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা: 'Well done India!'

author img

By

Published : Jun 22, 2021, 10:28 PM IST

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে (Ministry of Health and Family Welfare) প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত 38,24,408 টা কেন্দ্ৰৰ জৰিয়তে দেশত মুঠ 28,00,36,898 পালি ভেকছিন (Covid vaccine) প্ৰদান কৰা হৈছে ৷ প্ৰায় 1,01,25,143 গৰাকীয়ে স্বাস্থ্যকৰ্মী (Healthcare Workers)য়ে তেওঁলোকৰ প্ৰথম পালি আৰু 70,72,595 গৰাকীয়ে দ্বিতীয় পালি প্ৰদান কৰিছে ।

দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা: 'Well done India!'
দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা: 'Well done India!'

নিউজ ডেস্ক, 22 জুন : সোমবাৰে ভাৰতত সৰ্বাধিক ৮০ লাখ লোকে ভেকছিন লয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi )য়ে ভাৰতত এদিনত অভিলেখ সংখ্যক লোকে টিকাকৰণ (Covid vaccination) কৰাৰ বাবে অভিনন্দন জনায় । তেওঁ লগতে ফ্ৰণ্টলাইন ক’ৰণা যোদ্ধাসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে ।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় য়ে, "আজিৰ অভিলেখ সংখ্যক লোকে টিকাকৰণ (Covid vaccination) কৰাটো অতি আনন্দদায়ক । ক’ভিড-19 (Covid-19)ৰ সৈতে যুঁজিবলৈ ভেকছিন আমাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈ আছে । যি সকলে টিকাকৰণ কৰিছে, তেওঁলোকক অভিনন্দন আৰু দেশৰ নাগৰিকক ভেকছিন প্ৰদান কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা সকলো ফ্ৰণ্টলাইন যোদ্ধা প্ৰশংসাৰ পাত্ৰ । চাব্বাচ ভাৰত !" কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে (Ministry of Health and Family Welfare) প্ৰকাশ কৰা অনুসৰি, সোমবাৰে ভাৰতত ক’ৰণা প্ৰতিষেধক লোৱা লোকৰ সংখ্যাই 28.80 কোটি অতিক্ৰম কৰিছে ৷

  • Today’s record-breaking vaccination numbers are gladdening. The vaccine remains our strongest weapon to fight COVID-19. Congratulations to those who got vaccinated and kudos to all the front-line warriors working hard to ensure so many citizens got the vaccine.

    Well done India!

    — Narendra Modi (@narendramodi) June 21, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

Today’s record-breaking vaccination numbers are gladdening. The vaccine remains our strongest weapon to fight COVID-19. Congratulations to those who got vaccinated and kudos to all the front-line warriors working hard to ensure so many citizens got the vaccine.

Well done India!

— Narendra Modi (@narendramodi) June 21, 2021

মন্ত্ৰণালয়ে (Ministry of Health and Family Welfare) প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত 38,24,408 টা কেন্দ্ৰৰ জৰিয়তে দেশত মুঠ 28,00,36,898 পালি ভেকছিন (Covid vaccine) প্ৰদান কৰা হৈছে ৷ প্ৰায় 1,01,25,143 গৰাকীয়ে স্বাস্থ্যকৰ্মী (Healthcare Workers)য়ে তেওঁলোকৰ প্ৰথম পালি আৰু 70,72,595 গৰাকীয়ে দ্বিতীয় পালি প্ৰদান কৰিছে । একেদৰে, 1,71,73,646 গৰাকীয়ে ফ্ৰণ্টলাইন কৰ্মী (Frontline Workers)ক প্ৰথম পালি আৰু 90,51,173 গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক প্ৰাপ্ত কৰিছে ।

লগতে পঢ়ক : ২০০৫ চনৰ IISC আক্ৰমণৰ অভিযুক্তক মুকলিৰ সিদ্ধান্ত NIAৰ বিশেষ আদালতৰ

আনহাতে 18 ৰ পৰা 44 বছৰ বয়সৰ মুঠ 5,59,54,551 গৰাকীয়ে প্ৰথম পালি আৰু 12,63,242 গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক লৈছে । 45 ৰ পৰা 59 বছৰ বয়সৰ প্ৰায় 8,07,11,132 গৰাকীয়ে প্ৰথম পালি আৰু 1,27,56,299 গৰাকীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে । 60 বছৰ উৰ্ধৰ মুঠ 6,47,77,302 গৰাকীয়ে প্ৰথম পালি আৰু 2,11,51,815 গৰাকীয়ে দ্বিতীয় পালি ক’ভিড ভেকচিন (Covid vaccine) গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : ‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা মুকলি

নিউজ ডেস্ক, 22 জুন : সোমবাৰে ভাৰতত সৰ্বাধিক ৮০ লাখ লোকে ভেকছিন লয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi )য়ে ভাৰতত এদিনত অভিলেখ সংখ্যক লোকে টিকাকৰণ (Covid vaccination) কৰাৰ বাবে অভিনন্দন জনায় । তেওঁ লগতে ফ্ৰণ্টলাইন ক’ৰণা যোদ্ধাসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে ।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় য়ে, "আজিৰ অভিলেখ সংখ্যক লোকে টিকাকৰণ (Covid vaccination) কৰাটো অতি আনন্দদায়ক । ক’ভিড-19 (Covid-19)ৰ সৈতে যুঁজিবলৈ ভেকছিন আমাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈ আছে । যি সকলে টিকাকৰণ কৰিছে, তেওঁলোকক অভিনন্দন আৰু দেশৰ নাগৰিকক ভেকছিন প্ৰদান কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা সকলো ফ্ৰণ্টলাইন যোদ্ধা প্ৰশংসাৰ পাত্ৰ । চাব্বাচ ভাৰত !" কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে (Ministry of Health and Family Welfare) প্ৰকাশ কৰা অনুসৰি, সোমবাৰে ভাৰতত ক’ৰণা প্ৰতিষেধক লোৱা লোকৰ সংখ্যাই 28.80 কোটি অতিক্ৰম কৰিছে ৷

  • Today’s record-breaking vaccination numbers are gladdening. The vaccine remains our strongest weapon to fight COVID-19. Congratulations to those who got vaccinated and kudos to all the front-line warriors working hard to ensure so many citizens got the vaccine.

    Well done India!

    — Narendra Modi (@narendramodi) June 21, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মন্ত্ৰণালয়ে (Ministry of Health and Family Welfare) প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত 38,24,408 টা কেন্দ্ৰৰ জৰিয়তে দেশত মুঠ 28,00,36,898 পালি ভেকছিন (Covid vaccine) প্ৰদান কৰা হৈছে ৷ প্ৰায় 1,01,25,143 গৰাকীয়ে স্বাস্থ্যকৰ্মী (Healthcare Workers)য়ে তেওঁলোকৰ প্ৰথম পালি আৰু 70,72,595 গৰাকীয়ে দ্বিতীয় পালি প্ৰদান কৰিছে । একেদৰে, 1,71,73,646 গৰাকীয়ে ফ্ৰণ্টলাইন কৰ্মী (Frontline Workers)ক প্ৰথম পালি আৰু 90,51,173 গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক প্ৰাপ্ত কৰিছে ।

লগতে পঢ়ক : ২০০৫ চনৰ IISC আক্ৰমণৰ অভিযুক্তক মুকলিৰ সিদ্ধান্ত NIAৰ বিশেষ আদালতৰ

আনহাতে 18 ৰ পৰা 44 বছৰ বয়সৰ মুঠ 5,59,54,551 গৰাকীয়ে প্ৰথম পালি আৰু 12,63,242 গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক লৈছে । 45 ৰ পৰা 59 বছৰ বয়সৰ প্ৰায় 8,07,11,132 গৰাকীয়ে প্ৰথম পালি আৰু 1,27,56,299 গৰাকীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে । 60 বছৰ উৰ্ধৰ মুঠ 6,47,77,302 গৰাকীয়ে প্ৰথম পালি আৰু 2,11,51,815 গৰাকীয়ে দ্বিতীয় পালি ক’ভিড ভেকচিন (Covid vaccine) গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : ‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.