ETV Bharat / bharat

এৰ' ইণ্ডিয়া ২০২১ ৰ অনলাইনযোগে উপলব্ধ টিকট বুকিং

author img

By

Published : Jan 16, 2021, 1:31 PM IST

Updated : Jan 16, 2021, 2:19 PM IST

ফ্ৰেব্ৰুৱাৰীৰ ৩-৭ তাৰিখলৈ বাংগালুৰুৰ য়েলাহংকাত আৰম্ভ হ'ব এৰ' ইণ্ডিয়া ২০২১ । ইতিমধ্যে এৰ' ইণ্ডিয়াৰ ৱেবচাইট যোগে উপলব্ধ কৰা হৈছে এৰ' ইণ্ডিয়াৰ অনলাইন টিকট ।

এৰ' ইণ্ডিয়া ২০২১ ৰ অনলাইনযোগে উপলব্ধ টিকট বুকিং
এৰ' ইণ্ডিয়া ২০২১ ৰ অনলাইনযোগে উপলব্ধ টিকট বুকিং

নিউজ ডেস্ক, ১৬ জানুৱাৰী: ফ্ৰেব্ৰুৱাৰীৰ ৩-৭ তাৰিখলৈ বাংগালুৰুৰ য়েলাহংকাত আৰম্ভ হ'ব এৰ' ইণ্ডিয়া ২০২১ । ইতিমধ্যে এৰ' ইণ্ডিয়াৰ ৱেবচাইট যোগে উপলব্ধ কৰা হৈছে এৰ' ইণ্ডিয়াৰ অনলাইন টিকট । ভাৰতীয় লোকৰ বাবে টিকটৰ মূল্য ২,৫০০ টকা আৰু বিদেশী নাগৰিকৰ বাবে ৫,৪৮৭.১১ টকা টিকটৰ মূল্য । মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে কেতবোৰ নিয়ম বান্ধি দিছে আয়োজকসকলে ।

প্ৰথম পৰিসৰৰ ভিত্তিত সীমিত সংখ্যক টিকট বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে । তাৰোপৰি সীমিত সময়ৰ বাবেহে লোকসকলে উপস্থিত থাকিব পাৰিব । ৪৫ মিনিটৰ বাবে এক এয়াৰ শ্ব' উপভোগ কৰিবলৈ পাৰিব । যদিহে কোনো লোকে এই নিয়ম ভংগ কৰে তেনেহ'লে ভাৰতীয় লোকৰ বাবে ৫০০০ টকা আৰু বিদেশী নাগৰিকৰ বাবে ১০,৯৭৪.২২ টকাৰ জৰিমনা বিহা হ'ব ।

ইয়াৰোপৰি প্ৰৱেশৰ ৭২ ঘন্টাৰ পূৰ্বে আৰ টি-পিচিআৰ পৰীক্ষণৰ নেগেটিভ ৰিপৰ্ট দেখুৱাইহে প্ৰৱেশ কৰিব লাগিব । পুৱা ৯ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ আৰু দিনৰ ১.৩০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এয়াৰ শ্ব' উপভোগ কৰিব পাৰিব ।

লগতে পঢ়ক:ভাৰতত প্ৰৱেশৰ বাবে সাজু তিনি চাৰি শতাধিক পাক প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী

Last Updated : Jan 16, 2021, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.