ETV Bharat / bharat

জেইছ ই মহম্মদ সন্ত্ৰাসবাদীৰ পৰা 3 টা আইইডিসহ অন্য বোমা উদ্ধাৰ

author img

By

Published : Oct 9, 2022, 6:59 AM IST

সন্ত্ৰাসবাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত ভাৰত-পাকিস্তান সীমান্তত উদ্ধাৰ কৰা ড্ৰোনৰ পৰা তিনিটা আই ই ডি আৰু বোমা উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীৰ দলে (3 IEDs and sticky bombs recovered) ৷

Etv Bharaieds-sticky-bombs-kathua-jammu-kashmirt
Etv Bharatজেইছ ই মহম্মদ সন্ত্ৰাসবাদীৰ কবলৰ পৰা 3 টা আইইডি আৰু বোমা উদ্ধাৰ

নেশ্যনেল ডেস্ক, 9 অক্টোবৰ: ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল জম্মু কাশ্মীৰ (IED seized in Jammu Kashmir) ৷ জম্মু-কাশ্মীৰৰ কাঠুৱাত আৰক্ষীয়ে শনিবাৰে তিনিটা IED আৰু অন্য বোমা উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীৰ দলে (3 IEDs and sticky bombs recovered) ৷ ভাৰত-পাকিস্তান সীমান্তত উদ্ধাৰ কৰা ড্ৰোনৰ পৰা এই সামগ্ৰীসমূহ উদ্ধাৰ কৰে জম্মু আৰক্ষীয়ে ৷

জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে কয় যে, ২ অক্টোবৰত কাঠুৱাৰ পৰা গ্ৰেপ্তাৰ কৰা জেইছ-ই-মহম্মদৰ (Jaish-e-Mohammad) সন্ত্ৰাসবাদী এটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এই সামগ্ৰীসমূহ উদ্ধাৰ কৰে (Explosive seized in Jammu Kashmir) ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, বিল্লাৱাৰ গাঁৱৰ সন্ত্ৰাসবাদী জাকিৰ হুছেইন ভাট ওৰফে ওমৰ ফাৰুকে (Terrorist Zakir Hussain Bhat) বিভিন্ন সামাজিক মাধ্যমৰ এপ্পৰ জৰিয়তে জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্ক ৰাখিছিল ৷ সন্ত্ৰাসবাদীৰ সংগঠনটোৰ নিৰ্দেশতেই জম্মুত আক্ৰমণ চলাবলৈ আই ই ডি আৰু ষ্টিক বোমাসমূহ প্ৰেৰণ কৰা হৈছিল ৷

অভিযুক্তটোক ইয়াৰ পূৰ্বেই অন্য এক গোচৰত দোষী সাব্যস্ত কৰা হৈছিল (Terrorist arrested in Jammu Kashmir)৷ জাকিৰক ১৪ বছৰৰ বাবে কোট ভালৱাল কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল আৰু ২০১৯ চনত মুক্তি দিয়া হৈছিল ৷ কাৰাগাৰত বন্দী কালতেই জাকিৰৰ জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী ফৰিদৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠিছিল ৷ জম্মু কাশ্মীৰৰ কাৰাগাৰত কাৰাবাস খাটি আছিল সন্ত্ৰাসবাদীটোৱে ৷

ইয়াৰ পিছতেই জাকিৰেও সন্ত্ৰাসবাদীটোৰ লগত লগ হৈ কামাণ্ডাৰৰ নিৰ্দেশনাক্ৰমে পুৰণি সন্ত্ৰাসবাদী কাৰ্যকলাপ পুনৰুজ্জীৱিত কৰাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে মন্তব্য প্ৰকাশ কৰে ৷ জাকিৰৰ স্বীকাৰোক্তিৰ ভিত্তিতেই কাছুৱাৰ মালহাৰ গাঁৱৰ পৰা আৰক্ষীয়ে অভিযান চলাই ছয়টাকৈ বিস্ফোৰক সঁজুলি উদ্ধাৰ কৰে ৷ ইয়াৰ পূৰ্বে জাকিৰক গ্ৰেপ্তাৰ কৰাৰ সময়তে আৰক্ষীয়ে এটা বোমা উদ্ধাৰ কৰিছিল ৷

লগতে পঢ়ক: ত্ৰিপুৰাত দাহ কৰা হয় কোটি টকাৰ নিচাজাতীয় সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.