ETV Bharat / bharat

তামিলনাডুত 2000 বছৰ পুৰণি শিলালিপি উদ্ধাৰ - তামিলনাডু

তামিলনাডুৰ মাদুৰাইৰ সমীপৰ উশিলামপট্টীত 2000 বছৰ পুৰণি শিলালিপি উদ্ধাৰ ৷ শীলাকাৰিয়ামন মন্দিৰত উদ্ধাৰ হৈছে এই শিলালিপি ৷ বৰ্তমানলৈকে ৰাজ্যখনত 40 খন শিলালিপি উদ্ধাৰ হৈছে ৷

inscription found in tamil nadu
তামিলনাডুত শিলালিপি উদ্ধাৰ
author img

By

Published : Dec 27, 2020, 12:44 PM IST

নেশ্যনেল ডেস্ক,27 ডিচেম্বৰ : তামিলনাডুৰ মাদুৰাইৰ সমীপৰ উশিলামপট্টীত অৱস্থিত শীলাকাৰিয়ামন মন্দিৰত উদ্ধাৰ হৈছে 2000 বছৰ পুৰণি শিলালিপি ৷ উদ্ধাৰ হোৱা শিলালিপিসমূহ পুৰাতত্ববিদসকলৰ হাতত গতাই দিয়ে স্থানীয় ৰাইজে ৷

পুৰাতত্ববিদে জনোৱা মতে, স্পষ্ট অধ্যয়ন কৰাৰ পাচতে শিলালিপিত ছপা পত্ৰ সম্পৰ্কে গম পোৱা যাব ৷ বৰ্তমানলৈকে ৰাজ্যখনত 40 খন শিলালিপি পোৱা গৈছে ৷ ইয়াৰ ভিতৰত 20 খন শিলালিপি মাদুৰাইৰ পৰা উদ্ধাৰ কৰা হয় ৷

তামিঝী অৰ্থাৎ তামিল ব্ৰাহ্মণসকলৰ দ্বাৰা লিখিত শিলালিপিসমূহ প্ৰায়ে জৈন গুহাৰ পৰা উদ্ধাৰ কৰা হয় যদিও বিগত বৰ্ষত এইসমূহ বিভিন্ন স্থানত পোৱা গৈছে ৷ এই শিলালিপিবোৰ তামিল লোকসকলে লিখা আৰু আৱিস্কাৰ কৰা বুলি প্ৰমাণ পোৱা গৈছে ৷

লগতে পঢ়ক : চলন্ত ৰেলত ধৰ্ষণ কৰি গতিয়ালে 25 বছৰীয়া মহিলাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.